পৃষ্ঠা:হেমকোষ.pdf/৭৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভঙননি। ৭১৪ an initative sound used to express the buzzing of insects. ভনভননি, স. শ. তন-ভন শব্দ, মাখিৰ নিচিনা

  • 7, it buzzing sound.

ভভন, অ. ধ. ভন ভন শব্দ কৰ, মাখিৰ FCA *****, to buzz, to hum. ভব, বি. (সং. ভৱা, উত্তম) বৃহৎ, ডাব- দীঘল, বৰ শকত; যেনে, ভব্য মুনিহ, 597 6701, larve, big, great. তম, স. শ. { অং. ভম্, অনুক, } অকস্মত বৰকৈ জুই জ্বলি উঠোতে হোৱা শব্দ; যেনে, জুইকুৰ ভমক কৰি জলিল; অকস্মাত বৰকৈ উঠা খ; খঙ্গৰ বা তাপৰ প্ৰবলতা; যেনে, খৰ ভমক, ৰদৰ ভমক, the sound mittert by fire in sud- lenly blazing forth, sukien out- jurst of anger, intensity of anger } or leat. ভূমকাই, কি, বি. ভমক শব্দ কৰি, মক্ কৰে, গিৰিাই (জুই জলাত 176), suddenly said of blazing out, az fire. মকা, বি. অলপ কপাতে খং কৰি উঠা, 1714, irritable ভমকা-ফুলীয়া, বি, তৃত বা লিখনীৰে তেল। ভাঙ্গৰ ফুলৰ শোভিত, বৰ ভাব ফুল 971, adorned with large figures of flowers, শুভম, আনুক, গত পোৰণিয়ে ধৰা ভাব বুজোৱা মাত, an jinitative sound Hsieci to express a burning station. ভভমনি, স. শ. গাৰ পোৰণি, itring sensation, ভতমা, অ. ধাপোৰণিয়ে ধৰা বোধ কৰ পোৰণিৰ পৰা দুখ পা; যেনে, গাটোৰে ভগুমাইছে, foot a Journing sensation. ভৰ্মীয়া, বি. বৰ তপত; যেনে, ভমভৰ্মীয়া জুই, very lot. ভ, স, শ, {স, ভয়-ভী, বাস পা) এস, - Fouge 9711, fear, dread. ভয়ঙ্কৰ, বি. (সং. ভয়ঙ্কৰ--ভয়, ঐ + , কুৰ) ভয়ানক, ভয় লগোৱা, dreadful, terrible, ভয়হাৰ, স, শ, { সৎ, ভয়হাক, 'ভষ- ভয়হাৰী, হৰি-ভয়, ঐ + হৃ, হৰণ ক) ভয় গুচাওঁতা, নিভয় কৰে, অভয় fpšty, one who removes fear, a teaspurer. (স্ত্ৰী) তয়হাৰিকা, ভয়হাৰিণী। ভয়াতু, বি. (সং. ভয়াতুৰ, ভয়াৰ্ল্ড ভয়াৰ্ত, ভয়, ঐ + আতুৰ, আৰ্ক, কাত) ভয়যুক্ত, ভীত, ভয় পোৱা, fcaiful, timid. ভয়ানকৃ, বি. ভয়ঙ্কৰ, ভয় জন্মেৰ, drtaful, terrible. ভয়াল, বি. ভয়াতুৰ, ভীত; ভয়যুক্ত, timid, fearful. ভ, স, শ, {স, ভাৰ, গধ ৰত গৰ গুণ, ভাৰ, গধূৰাই তললৈ দিয়া হেঁচা; যেনে, 94-567 (767, weight, pressuire. ভৰ, স. ধ. {হিং. ভৱনা; বং. ভৰণ, পূৰ্ণ কৰণ } পাত্ৰত প্ৰবেশ কৰা, কোনো বস্তুৰ ভিতৰলৈ সুম; যেনে, কলহত পানী ভাৰ; পূৰ কৰু, পুৰা; যেনে, ভায়েবে পেট ভৰিলে। বাৰিত হৈ ৰয় কৰ বা ধন ‘ভা?; সনে, লগ হলে ধন ভৰিব test. tu pruil in, fus Sill, to pay imder compulsion. W. 84.485, তিৰত ঠাই নথকা হ; যেনে, পেট ভৰিল, ta by full, ভৰ, স, শ, বৰ কথা, আপোনাক উঠঙ্গাই কোৱা মিছা কথা, আপোনাৰ বল শক্তি বা শ্ৰেষ্ঠ! দেখবৰ কাৰণে কোনো কায্য কৰিব পাৰে বা কৰিম বুলি মিছাকৈ কোৱা কপা; মিছা ভাবি, avin boast, idle boravado, a false treat. ভৰ মাৰ, কাপোনাক উঠঙ্গাই মিছা কথা ক; আপোনাৰ ক্ষমতা দেখবৰ কাৰণ মিছাকৈ কোনো কাৰ্য কৰিবলৈ গাত ল, to borst, to brag. ভকাল, বি. ভৰক মৰ, আপোনাক উঠঙ্গাই মিছা কথা কোৱা, twoastful,