পৃষ্ঠা:হেমকোষ.pdf/৭২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোল। 4.8 ব্যনাল্ড বোলা, স, শ, এবিধ গছ, তাৰ কাঠ, a kind of timber tree. Morus cuspidata. (Gamble). বোল, স. বা. { অং• বোল, বৰণ বৰণ লগা, cata fh, to colour. বোলাবুলি, স. শ. এজনে আনজনক কটু কথা কোৱা কাৰ্য্য, মুখৰ বিবাদ, বাচ্যা- বাচি; যেনে, সিহঁতৰ বোলাবুলি লাগিল, an altercation, exchange of harsh words. বোল-মা, স. শ, গালি; যেনে, সি বোস- মাত কৰিলে, als, সমা-বোলমা, মাই বোল, প্ৰথম টোৱে গালি, পাচৰটোৰে সাধাৰণ কথা বা বাক্য বুজায়। বোমাই কৰ, গালি পাৰ, to alap. বোম খ, গালি খা, to be aalysistral. বোৱতী, বি, { অং.. ব, সেঁত চল} বৈ থকা, বেত চলা; সেনে, বোৱতী নৈ, tawing, as a stroam. বোতনী, স, শ. { অং. ব, কাপোৰ প্ৰস্তুত ক) ধন লৈ কাপোৰ বোৱা তিৰোতা; কাপোৰ বোৱাৰ বেচ, a man li) for Wages, weaving. বো, স. ঘ. (২. পচা অৰ্থত ব আৰু বা ধাতু) শোত চল; যেনে, লোৰ খানি পানী বোৱাইছে; হাল ব্যৱহাৰ কৰা; যেনে, হল বোলইছে; আনৰ দ্বাৰা নাঙ্গলেৰে চহা; যেনে, মাটিখান বোৱা- ইছে; কপোৰ কৰা; সেনে, ৰিহা বোৰা- ইছে; নাও চলোৱা; সেনে, নাৱৰীয়াৰ হতুৱাই নাও বোৱায়, to ust to flow, to be plongle, to be woven or to be rowed. বোৱাৰী, স. শ. ( সং. বধূটী; ‘বং বোড়ী, পোৰ ভাৰ্য্যা) পোৰ ৰা তাইৰ ঘৈণীয়েক,

  1. son's or younger brother's wife.

বোৱা, স. শ. এবিধ গছ, a kind of tree, বৌ, স. শ. (সং. বধূ; বং. বউ, পোৰ ভাষা) ককাইৰ ঘৈণীয়েক; এতেকে ভালোকৰ তিৰোতক সম্মানেৰে মতা মাত; অনেকে মাককে বৌ বোলে, an elder brother's wife, a term used in respectfully addressing, or spreak- ing of, a gentleman's wifc. বোখা, স, শ. (অং. বখলা, চেপেটা খণ্ড) কলাপটুৱাৰ, কচুৰ বা তাল গছৰ পাতৰ ঠাৰিৰ তলৰ বহল ভাগ, at sleeath of the plantais ar path tree or arum plant. বৌদ্ধ, স. শ. সং. বুদ্ধ, শাক্য সিংহ) বুদ্ধৰ মতে প্ৰবৰ্তা আৰু ঈশ্বৰ আৰু পৰকাল নমনা মানুহ, it Budlist. বোধ, স. শ. (বৌদ্ধ শব্দৰ অংশ ) বুদ্ধৰ মত প্ৰতে; সেনে, “দেখ কথা। বোধেও মানে।” as udalhist. বৌলা, স. শ. কচুৰ পাতৰ তলৰ বহল ভাগ, a sheath of the dram plant. ব্যক্ত, কদ, বি.। সং. ব্যক্ত—ৱি, ভালৰূপে + অঞ্জ, স্পষ্ট হ) প্ৰকাশিত, বিদিত, Chely, manifest, apparcut, l'evealed. ব্যক্তি, স. শ. (সং, ঐ লোক, জুন, a human being. ব্যগ, বি. (সং. ৰঞ্জ--ৰি, বৰকৈ-+ অ, আগ ) বাঞ্ছিত বস্তু পোৰাত বা কোনো কাৰ্য কৰাত বিলম্ব সহিব নোৱৰা, উতলা; যেনে, তীৰ্থ কৰিবলৈ ব্যখ হৈছে, age, impatient. বাগ্ৰতা, শু. শ. (স.) যন্ত্ৰ হোৱা অৱস্থা, tagerness, impatience. ব্যঞ্জ, স, শ, (সং ব্ৰ্যঞ্জন--বি, উপস, + অঞ্জ, তেলেতীয়া বস্তু সান্; তেল বা ঘিউ দিয়া যায়, এতেকে) অঞ্জ, দিহ,a curry. ব্যঞ্জন, স. শ. { সৎ ব্যঞ্জন-ৱি, নথকা+ অঞ্জ, স্পষ্ট হ; নিজে স্পষ্টৰূপে উচ্চাৰিত নহয়, এতেকে) স্বৰৰ সাহায্য নোহোৱাকৈ ফুটাই মতিব নোৱৰ আখৰ; যেনে, ক, খ ইত্যাদি, a consokant, ব্যঞ্জনান্তু, বি. (সং. ব্যঞ্জনা-ব্যঞ্জন, ঐ+ অন্তু, শেষ ) বাঞ্জন আখৰ অস্তুত থকা, onding in a consonant, { leaves Wilges for