পৃষ্ঠা:হেমকোষ.pdf/৬৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিকল্পিত বিঘা বিকল্পিত, কদ, বি. (স.) বিকল্প কৰা, এটা নহলে বা নকৰিলে হব লগীয়া বা কৰিব লগীয়া আনটো; যেনে, দহ টকা জৰিমনা নিদিলে বিকল্পিত দও এমাহ ফাটক, made optional, alternative. বিকল্পে, ক্ৰি. বি. কওঁতা বা লিখাৰ ইচ্ছা অনুসৰি; যেনে, বিকল্পে ইকাৰ দীৰ্ঘ হয়, optionally. বিকস, বি. (সং. বিকসিত শব্দৰ অপভ্ৰংশ) ফুলা; যেনে, বিকস কমল (পদ্যত ), expanded, as a ilower, বিকসিত, কদ, বি. (সং. বিকসিত-বি, উপস:+ক, গতি কৰ) প্ৰফুল্লিত, ফুল, blown, expanded, as a flower. বিকা, স, ধ, { অং. বিক, বে) লোকৰ atai fyy, to use to be sold. বিকাৰ, স. শ. .(সং. ৱিকাৰৱি, অন্য প্ৰকাৰ + ক, কৰ) ৰূপান্তৰ এবিধ গুচি হোৱা আন এবিধ; যেনে, গুড় কুঁহিয়াৰৰ বিকাৰ; ৰোগ; মেনে, তেওঁৰ পেটৰ বিকাৰ ওচ। নাই; ৰোগৰ দ্বাৰা হোৱা জ্ঞানৰ পৰিবৰ্ত্তন; সন্নিপত, liati of foran or natiere, sickucss, delirium. বিকীৰ্ণ, বি. (সং. বিকীৰ্ণ --বি, উপস.+কূ, ছটিয়া) ছটি গুৱা, সিতি, আউল, Seattereil, diffused. বিকৃত, কদ, বি. (সং. বিকৃত- ৱি, অন্য প্ৰকাৰ + ক, কৰ ৰূপ বা ঔণ সলনি হোৱা, আন এক প্ৰকাৰৰ হোৱা; যেনে, দুগ্ধ বিক্লভ হৈ দৈ হয়; বেয়া বা দুগুণীয়া; বা বিগঢ়ী হোৱা, changed in form or nature, become nyly, listorted, corrupted. বিকৃতি, স. শ. (স.) ৰূপান্তৰ, বিকাৰ, এবিধ গুচি হোৱা আন এবিধ, change of form or nature. বিচি, স. শ. ঘৃণা, ঘিশ, অশুচি বোধ, repugnance to what is offensive to smell or sight or unclean, disgust. , বিক্ৰ, পৃ. শ. (সং. বিক্ৰম-ৱি, ভালৰূপে + ক্ৰ, গতি ক) প্ৰতাপ, পৰাক্ৰম, 974, ofis, heroism, power, might. বিক্ৰমাদিত্য, স. শ. (সং. বিক্ৰমাদিত্য— বিক্ৰম, শক্তি+ আদিত্য, সূৰ্য্য; সূৰ্য্যৰ সমান বিকৰ্মী) উজ্জয়িনী দেশৰ এজনা 672791, the name of a celebrate king who gave leis name to the sambat era, which commenced 57 B.C. বিক্ৰমী, বি. (সং. বিক্ৰমিন্~-ৰিম+ই) প্ৰতাপী, পৰাক্ৰমী, poverful, ntiglity. বিক্ৰয়, স. শ. (সং. বিক্ৰয়-বি, উপস. + ক্ৰী, কিন্} বেচন, a sile. বিক্ৰীত, কদ, বি. (সং) বিক্ৰয় কৰা, বেচা, soী, . বিখ্যাত, বি. (সং. বিখ্যতিৰি, উপস, + খ্যাত, সকলোৱে জনা) প্ৰখ্যাত, সকলোৱে ভালৰূপে জন, }oted, ele- brited. বিগঢ়ী, বি. (অং. বি, মন্দ + গঢ়, আকৃতি) আগঢ়ী, কুপ; ৰূপ সলনি হোৱা, গাঢ় লৰা; যেনে, ভাঙ্গৰ হলে লৰা বিগঢ়ী হয়, gly, changail in form. বিগ, কদ, বি. (সং. বিগত—বি, উপ- +গত, যোৱা) গত হোৱা, যোৱা, নথকা Cody gone, past, last. বিগতি, স. শ. (অং, বি, বেয়া+ গতি, অৱস্থা) পৰিহাস, খেনি, ইতিকিং, a joke, a jest, banter. বিগহিত, কৃদ. বি. (সং. ৱিগৰ্হিত—বি, বৰকৈ + গহিত, নিন্দিত) অতিশয়ৰূপে নিন্দিত; বৰ নিন্দা পোৱা, বৰ বেয়া, censured, bad, vilc. বিগুণ, স. শ. (সং. ৱিগুণ-বি, বেয়া+ গুণ, স্বভাৱ বা ধৰ্ম্ম ) দুগুণ, বেয়া গুণ, দোষ, badness, worthlessness. বিগ্ৰহ, স, শ, (সং, ৱিগ্ৰহ—ৱি, উপস.+ গ্ৰহ, গ্ৰহণ কৰ) যুদ্ধ, ৰণ, var, battle. বিঘা, স. শ. (ব. বিঘা, মাটিৰ জোখ বিশেষ) পাঁচ কঠা মাটি, এহালচা, one- fourth of a puru of land. কুৰূপ, অশুৱনি