পৃষ্ঠা:হেমকোষ.pdf/৬৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাম। a বিৰুদ্ধ, অহিত; যেনে, বিধাতা বাম SR6, left, not right, adverse. 7. বাওঁ ফাল, left side. বাম, স. শ. (সং. বামন—-, বঁতিয়া, ৰুঢ় শব্দ) বাউন, ফঁটীয়া মানুহ; বাউন, বামুণৰ ৰূপ ধৰা বিষ্ণুৰ পঞ্চম অৱতাৰ, a dwarf, the fifth incarnation of Vislinu, বামাচাৰ, স. শ. (সং. ৰামাচাৰ-কাম, সেঁওফালৰ বিপৰীত + আচাৰ, ব্যৱহাৰ, উচিত আচাৰৰ বিপৰীত আচাৰ) তন্ত্ৰৰ মতে ফটিকা আদি নিষিদ্ধ বস্তুৰ ব্যৱহাৰ, the heterodox doctrine of the lan- true, which permits the use of flesh, spirits, &c. বামাচাৰী, বি. (সং. কামাচাৰি--ৱামাচাৰ + ইন্} তন্ত্ৰৰ বামাচাৰৰ মত প্ৰবৰ্ত্তা, l'ollowing the heterodox doctrine of the ter(s, স. শ. বামাচাৰত প্ৰবৰ্তোতা, , man who follows the aaaachard. (স্ত্ৰী) বি. স.শ, বামাচাৰিণী। বামনয়, বি. (সং. ব্ৰাম, বাওঁফাল+নী, লৈ য, বাওঁ-পাকে নিয়া) বেদৰ আৰু চলিত মৰ বিৰুদ্ধ; যেনে, “বামানয় শাস্ত্ৰে মুহি আছে সজন,” (শঙ্কৰ }, opposed to the redas, heretical. বা’মাবলী, স, শ, {অং. বায়ু, বতাহ+সৎ, বা’মাড়লী, মণ্ডলী, গোলাকাৰ) ঘুৰ্ণ বায়ু, ঘূৰা বতাহ, পাক মাৰি ধূলি আৰু খেৰ কুটা আদি উৰাই নিয়া তাহ, a whiri- wind. বামী, স. শ. (অ. বাম, শুকান মাটি; সি বামত বগাই যায়, এই ভাবত; বং বাইন, এবিধ মাছ) এবিধ দীঘল সাপৰ নিচিনা মাছ, an ecl. বামুণ, স. শ. (সং. ব্ৰাহ্মণ, এক জাতি। হিন্দুবিলাকৰ প্ৰথম আৰু শ্ৰেষ্ঠ জাতি, বিপ্ৰ, a Brahman. (স্ত্ৰী) বামুণী। বামুণীয়া, বি. বামুণ সম্বন্ধীয়; যেনে, বামুলীয়া পুথি; শঙ্কৰ মাধৱৰ মত নচলি প্ৰাচীন মতে চল; যেনে, বামুণীয়া সত্ৰ, relating বায়ু-গ্ৰন্ত। to the Brahmall, following the tenets of the Brahinanical shastras, as contra-distinguished from follower of Sankara and Madhava. বামুণ-ভেকোলা, স. শ. বৰ ডাঙ্গৰ জাতিৰ পানী বেং { তাৰ কপালত ফোট আৰু গত বগুণৰ নিচিনা হালধীয়া আঁক থাকে, এতেকে সেই নাম ), a kind of large frog, the bull-frog. বাগতীয়া, বি. বাম ঠাইত থকা বা উৎপন্ন; পানীয়ে নুবুৰোৱা; যেনে, বামগতীয়া মানুহ; বামগতীয়া ঠাই, living for produced on high fand, not inundated. বাম-বটীয়া, বি. { অং. বাম, শুকান ঠাই+ বাট, পথ) বামে যোৱ, travelling by land. বায়ং, বি. ( অং. বাজ, পৃথক ) বেলেগ, পৃথক, কোনো বিশেষ বশ্বৰ বাজ; যেনে, এই ধন বায়, সিবোৰৰ লগৰ নহয়, separate, distinct. বায়ঙ্গে, ক্ৰি. বি. বেলেগে, আন কোনো বস্তুৰ লগ নলগোৱাকৈ; যেনে, এই ধন বায়ঙ্গে থকা, separately. বায়ন, স. শ. (অং.. বা, বজা) বাদ্য বজাওঁতা, বাদ্যকৰ, a player on musical it- struments. বায়ু, স, শ, {সং. বায়ু--ৱা, গতি কৰ) স্থিৰ বতাহ; চলি থকা, সাধাৰণ বহ; বতাহৰ অধিকাৰী দেৱতা; শৰীৰৰ এক ধাতু, সি বিকৃত হৈ হোৱা দুৰ্বলতা বা মূৰ ফুৰণি; পাদ, বহিৰ্ঘৰে দি শব্দ কৰি ece 9013, air, wind, the god of wind. বায়ু-কোণু, স, শ. (সং. বায়ুকোণ—বায়ু, দেৱত+কোণ, চুক; বধু সেই চুকৰ অধিকাৰ, এতেকে। উত্তৰ আৰু পশ্চিমৰ 57, the north-west. বায়ু-এ, বি. (সৎ বায়ুগ্ৰস্ত~-বায়ু, এক ধাতু+গ্ৰস্ত, গ্ৰাস কৰা বা ধৰা) বিকৃত বায়ুৰ পৰা কষ্ট পোৱা, বায়ুৱা, hypo-