বলি ৬৪১ hy the Assam Raja to observe the manners and customs of form eign courts disguised as an ascetic. বৰালি, স. শ. (সং. কোদাল; বং, বোয়াল বা বোৱালি, এবিধ মাছ) এবিধ বাকলি নথকা মাছ, a kinal of fislt. বৰালিবকুৱা, স. শ, এবিধ বন-দৰব, a kind of herb. বৰাহ, স. শ. (সং. ৱৰাহ-ৱৰ, টাকৈ+হন, হিংসা ক) বৰা, গাহৰি, a hog, a boar. বৰাহী, স. শ. {সং, ৱহাশী, গাহৰি খোৱা অসমৰ এজাতি আদিবাসী মানুহ, an aboriginal tribe of Assam. বৰি, স. শ. (স. টিকা; বং, বড়ী, দৰবৰ গুলী) গুলীৰ নিচিনা কৰি থোৱা দৰব, a pill. বৰি, বিছন পৰি থকা, বাকৰি, lying fallow, high land. বৰিয়নি, স. শ. ছন পৰি থকা বাম মাটি, fallow land, higlı land. বৰিষু, স. শ, (সং. ৱৰিষ, শান্তি কৰ) বৰ্ষ, বছৰ, a year, (পদ্য) বৰি, বি. (সং. ৰৰিষ্ঠ--ৱৰ, শ্ৰেষ্ঠ শ্ৰেষ্ঠ, উত্তম, best, excellent. বৰী, বি. (অ. বৰ, মিল হ) অসম ৰজাৰে মিল বা বশ হৈ থকা (পৰ্বতীয়া জাতিত খাটে); যেনে, বুৰী নগ, living in peace with the Assam Government (said of a bill tribe). বৰীয়া, স. শ. (অং. বাৰী, বিধৱা) বাৰী বামুনীৰ জহৰা সন্তান; বামুণ্ঠত আন জাতিৰ পুৰুষৰ পৰা হোৱা লৰা; জাতি যোৱা বামুণ; পূৰ্বে ওপৰত কোৱা কোন এক প্ৰকাৰে উৎপন্ন মানুহৰ পৰা হোৱা এক জাতি, an illegitimate son of a Brahman widow, a son begotten by a Skudra on a Brahman wo. man, a degraded Brahman, a mixed caste in Assam. (স্ত্ৰী) বৰীয়ানী। বঁ, স. শ. (সং. প্ৰণ, বৰণ কৰ; | দেৱত সকলে তেওঁক জলৰ গৰাকী বৰণ 41 কৰিছিল) জলৰ অধিপতি দেৱ, the god of water, the Hindu Neptune. বৰুণ, স, শ, এবিধ গছ, a kind of plant. বৰুৱা, স. শ. (সং. বৰ, প্ৰধান) অসমৰ কোনো এক খেলৰ ঘাই বিষয়; ফুকন থকা খেলত বৰুৱা তেওঁৰ তলতীয়া, the title next in dignity to Phukan. ' There were various Baruns in the time of the Assam Rajas, (sco Robinson). বৰৈ, স. শ. { অথ, বৰি, দৰবৰ গুলী; তাৰ নিচিনা, এতেকে) শোভাৰ কাৰণ কোনো বস্তুত ওলমাই দিয়া যোণ-ৰূপ আদিৰ u , a small ornamental globule suspended from something. বৰ-কথা, স. শ. {সং. ৱৰ, ডাঙ্গৰ কথা, বাক্য) ডাস্কোপ, আপোনাৰ শ্ৰেষ্ঠত দেখাবলৈ কোৱা মিছা কথা, a boast. ব-কীয়া, বি. ডাস্কোপ মৰা, boastful. বৰ-কপোৰ, স, শ. স. বুৰ, ভাঙ্গ+ কাপোৰ, বস্ত্ৰ) ভাঙ্গৰ সূতাৰ তৰীয়া জাৰত লোৱা কপাহী কাপোৰ, a carse thick cloth used as a wrapper. বকঁহ, স. শ. {সং. ৱৰ, ভাঙ্গৰ + অং. কঁহ, এবিধ বাদ্য } এবিধ কাঁহৰ বাদ্য, a gong. বৰকৈ, ক্ৰি. বি. শকতৰূপে, টানকৈ, বলেৰে; যেনে, বৰকৈ টঙ্গনিয়ালে; উচ্চৰূপে; যেনে, বৰকৈ মাত; অধিকৰূপে; যেনে, বৰকৈ বৰষিছে, greatly, with force, loudly, excessively. বখাস্ত, বি. ( যা.) পদচ্যুত, dismissed from oflice. বৰ্গ, স. শ. (সং, ৱৰ্গ—ৰূজ, ত্যাগ কৰ} সমূহ, গণ, জাক { ষষ্ঠি সমাসৰ দ্বাৰা সংজ্ঞা শব্দৰ পাচত যোগ কৰা খায় ); যেনে, বন্ধুবৰ্গ, a nultitude (used as the last member of a compound term). বৰ-গলা, স, শ, (সং. অৰ, বৃহৎ + গাল, মুখৰ তি; তাৰ গাল শকত, এতেকে) বাহ মাছ, এবিধ ৰৌ মাছৰ নিচিনা ভাঙ্গন মাছ, # kind of fish,
পৃষ্ঠা:হেমকোষ.pdf/৬৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই