পৃষ্ঠা:হেমকোষ.pdf/৬৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বকটু ব, স. শ. (সং. বণ্ট, বং. বাট, নাল) বুটালী বা যাঠীৰ নাল; কথাৰ নাল, the handle of a chisel or spear, a word or plurase not necessary to the sense, but introduced to fill a vacancy or for ornament. "THET" চোৱা। বং লগা, বং দি, অৰ্থ বুজাবলৈ নলগা কথা prata *1, to introlnice inneces- sary words or phrases. বংশ, স. শ. (সং. ৱংশ, দীপ্তি ক) একে জন আদি পুৰুষৰ পৰা বঢ়া লোকবিলাক, ফৈদ, বঙ্গহ, race, family. বংশধ, স, *, ব্ৰংশধৰ-বুশ, বঙ্গহ+ধৰ, ধৰোত) বংশৰ ঘাই মানুহ,tle principal man of a race or faniily. বশ-লোচ, স. শ. (সং. ৱংশলোচন—ৰংশ, খাই+ ৰুদ, দীপ্তি কৰ) বাহৰ ভিতৰত থক। লেকেতীয় বস্তু বা শুকান বগ fs, bamboo mana. বংশ-ক্ষয়, স. শ. ( স. বংশক্ষয়-বংশ, বহ + ক্ষয়, নাশ) বংশৰ নাশ, decay »x extinetim of a family. বংশাকুৰ, স. শ. {স, বংশাঙ্কুৰৱংশ, বাহ + স্কুৰ, গজালি। বাঁহ গাজ, a shoot or spruut of tlse bamboo. বংশাৱলী, স, শ, {সং, বংশাৱলী---ৱংশ, বঙ্গহ + আৱলী, শ্ৰেণী) কোনো এক বংশৰ লোকবিলাকৰ পৰস্পৰৰ সম্বন্ধ দেখাই লিখা নামসমূহ; কোনো লোকৰ 274 fagad, a genealogical trec, a podigree. বংশী, স, শ, (সং. শীৱংশ, বাহ, বাঁহেৰে সজা যায়, এভেকে) বাহী, মুৰুলী, a flute. বংশীধৰ, স. শ. (সং. বংশধৰ-বংশধৰ, ধৰোতা; বৃন্দাবনত বাহী বজাইছিল, 467 ) F2, Fare, Krishna, Vishnu. বংশীয়, বি. (সৎ বংশীয়-বংশ, বদহ) বংশৰ, belonging to a. family or race, ৰকিয়া, বঙ্গিয়া” চোৱা। বজা, বি. (সং. বন্ধ্যা; বং, বাষ্ণ, এটি নধৰা} গুটি নধৰা; সন্তান বা পোৱালি জন্মবিৰ শক্তি নথকা, barren, not fruitful. (স্ত্ৰী) বাজী। বটা, স. শ. (সং. ৱন্ট, বাটি দি) পুৰস্কাৰ, কোনো ভাল কাম কৰাৰ নিমিত্তে দিয়া ধন বা বস্তু, ৬ reward. বঁটা, স. বা. ( অ বাঁটু, ভাগ কৰ) লোকৰ দ্বাৰা ভাগ কৰা, to cause to be divided. বতিয়া, অ. ধ. ( গং, বাতি, বাস্ত) বাস্তু কৰু, পেটৰ বস্তু মুখে দি উলিয়া; যেনে, লৰাই বঁতিয়ালে, to yoit. স, ধা- পেটৰ পৰা মুখে উলিয়া; সেনে, তেজ $fsatza, tu vomit, to flow in a cascade. বতী, “ব” চোৱা। ব-তী, বি. ( অং. ব, বৈ যা ) সেঁত, বৈ থকা, বন্ধু নোহোৱা; যেনে, ঘঁতী নৈ, tinuing, not stagnant. বৰলা, বি. বিয়া নকৰা, ভাৰ্যাহীন, un- muried, having no wife. 7. *. fa!! নকৰ মতা; ভাৰ্যা মৰা পুৰুষ, an il married man, a wilower. বহীয়া, বি. { অং. বাহী, কাগ দিনাৰ } বাহী হোৱা, আগৰ দিনা বা ৰাতি ধুই বা তিয়াই থোৱা { মাহত খাটে ), state, soaked in water in the previous night (said of pulse). ব, স. শ. (সং. ৱক, কথা ক; } বগ, এবিধ দীঘল ফুটীয়া মাছ খোৱা চৰাই; এবিধ ফুল আৰু তাৰ গছ, a fally bird, a kind of fower and its tree. ব, অ. বা. (সং. ৰন্তু, কথা ক; হিং. বকনা; ব, বকন, নিৰ্থক ভাষণ) নিৰ্থক কথা ক; তাকামিলা কথা ক; যেনে, বলিয়াই 467, to rave, to babble, to prattle. স, ধা, অবাৰত বহুত কথা ক; যেনে, সি মুখত যি আহে, তাকে বকে, to talk much to little purpose, to prate. বকটু, স. শ. { অং. বুক, হৃদয়+টো, উপশ,) বেঁত বা বাঁহৰ বুকু বা ভিৰৰ ভাগ,