পৃষ্ঠা:হেমকোষ.pdf/৬২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতাপী যেনে, জেঠ মহীয়। সূৰ্যৰ প্ৰতাপ; C$1TI, FTY, power, valor, clignity, extreme heat. প্ৰত, বি. (সং. প্ৰতাপপ্ৰতাপইন্। পৰাক্ৰমী, বলৱন, মহিমাযুক্ত; পযুক্ত, powerful, (lignitiod, burning. প্ৰতাপহীন, বি. (স.) বলহীন, পাম নথক, weik, not }overful. প্ৰতাৰ, স. ধা. {সং. প্ৰৰণ, ফাকি --প্ৰ, + , পাৰ হবধূ, দু, ফাকিত পেল, to deceive, to cheat. প্ৰতাৰক, স, শ. {সং.) বঞ্চক, দুল কৰোতা, a clieat. প্ৰতাৰণা, স. শ. (স.) বঞ্চনা, ফাকি, ছলনা, fraud, deceit. প্ৰতাৰি, দ. বি. (সং. } ফাকিত পৰা, 571, cheatei, deceived. প্ৰতি, উপস. (স.) সলনি, নিমিত্তে ইত্যাদি বুজোৱা উপসৰ্গ, a prelix implying substitution, &c. প্ৰতি, অ, অব. (সং. প্ৰতি, ঐ) নিমিঙে, কাৰণে; যেনে, তোমাৰ প্ৰতি, for, to. প্ৰতিকাৰ, স. শ. (সং. প্ৰতিকাৰ-প্ৰতি, উপস. + কৃ, ক) প্ৰতিহিংসা, পোটক; আপদৰ শাস্তি হোৱা কাৰ্য; যেনে, এই বিপদৰ প্ৰতিকাৰ নাই, yevenge, remely. . প্ৰতিকুল, বি. (সং. প্ৰতিকূল-প্ৰতি, উপস, কুল, নৈৰ দাতি) বিৰুদ্ধ, অহিত; যেনে, efeza che, adverse, inimica), in- tagonistic. প্ৰতিকুলতা, গু. শ. (স.} বিপক্ষতা, বিৰোধ,

  • FO], hostility, oppositiou.

প্ৰতিকূলে, আ, কাব্য, অহিতে, বিৰোধে, against, . প্ৰতিগম, কদ, স. (সৎ, প্ৰতিগমন—প্ৰতি, উপস.+গ, গতি কৰ) উলটি যোৱা Piü, the act of going back. প্ৰতিগ্ৰহ, ল, শ, (সং. প্ৰতিগৃহ-প্ৰতি, উপস. + গ্ৰহ, ল) দান-লোৱা কাৰ্য, লোকে দিয় বস্তুৰ ওহণ, acceptance. প্ৰতিপদ। প্ৰতি ঘৰে, কি, বি. ঘূৰে পতি, ঘৰে ঘৰে OF 790, in cach lionsc ur family. প্ৰতিজ্ঞা, স. শ. (সং. প্ৰতিজ্ঞ ~~ প্ৰতি, উপস.+জ্ঞ, জা) অঙ্গীকাৰ, কোনো কাযা কৰিবলৈ গাত লওন, a promise, an agreement. প্ৰতিজ্ঞাপত্ৰ, প. শ. (সং. প্ৰতিজ্ঞাপল- প্ৰতিজ্ঞ, ঐ +পৰ, কাকত। অঙ্গীকাৰ প, কোনো কায্য কৰিবলৈ কথা বান্ধি FEAT 17XY F5, a written contract ( Or agreement. প্ৰতিদান, স. শ. { সং. প্ৰতিদান--প্ৰতি, উপস, + দান, দিয়া কাৰ্য) কোনো এনে দিয়া এটা বস্তুৰ সলনি তেওঁক কোনো বস্তু দিয়া কাৰ্য, দানৰ সলনি দান; ওলোটাই দিয়া কাৰ্য, the act of making a present in return for 011!! received, the act of giving back. . প্ৰতিদিন, প্ৰতিদিনে, fa fa face), every day. প্ৰতিদ্বন্দী, স. শ. (সং. প্ৰতিদ্বন্দিনপ্ৰতি, বিৰুদ্ধ + দল, বিবাদ + ইন্; বিবাদ কৰোতা) আন কোনো এজনৰ সমান বা শ্ৰেষ্ঠ হবলৈ চেষ্টা কৰোতা, আনক পৰাস্ত কৰি আপুনি উন্নত হবলৈ চেষ্ট। arti, a rival, il competitor. প্ৰতিধ্বনি, স. শ. ( স. প্ৰতিধ্বনি-প্ৰতি, উপস. + ধনি, শব্দ ) এটা উচ্চ শব্দ, কোনো ঠাইত ঠেকা খাই উঠা শব্দ, 221 celo. প্ৰতিনিধি, স. শ. (সং. প্ৰতিনিধি--প্ৰতি, উপস.+নি, উপস. + ধ ধাৰণ কৰ) বদলি, আন এজনৰ সলনি কাম কৰোতা, a representative, a substitute. প্ৰতিপত্তি, স, শ, (সং. প্ৰতিপত্তি-প্ৰতি, উপস,+পদ, গতি কৰ) যশস্য, খ্যাতি, fame. প্ৰতিপদ, স. শ. { সং. প্ৰতিপধ-প্ৰতি, উপস. + পদ, গতি কৰ) প্ৰথম তিথি; অমাবস্যা বা পূণিমাৰ চৰ তিথি।