পৃষ্ঠা:হেমকোষ.pdf/৫৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতাল-ফট। ৫৭২ পান। preceding an earthquake, the runble of distant thunder, পাল-ফুটা, বি. পাতললৈকে সুৰুঙ্গা হোৱা, অৰ্থাৎ বৰ দ ( পুখুৰিত খাটে); এতেকে, বৰ ধনী; যেনে, পাতাল-ফুট। চহকী, unfathomable, very rich. পাতি, বি. ( অ, পাতল, লঘু) সামান্য, ইতৰ, ঘাই বিধৰ নোহাৱা, সৰু; যেনে, ডাঙ্গৰ লোকে পাতি কথালৈ কাণ নিদিয়ে, common, inferior, mall. 7. * (BETTY TYT, a wedge. পাতি-কাউৰী, স. শ. (অ, পাতি, ঐ + কাউৰী, এবিধ চৰাই। সাধাৰণ কাউৰী, টোৰ-কাউৰীতকৈ সৰু বিধৰ কাউৰী, the common row. "Isa" Cota পাতি-হাঁহ, স. শ. ৰাজ হাহকৈ সৰু বিধৰ পোহনীয়া হাঁহ, the loniesfie fucli. পাতৃ-পিন্ধা, বি. গছৰ পাতেৰে গা ঢাকা, বৰ দুখীয়া, vuly ]oo. পাবেৎ, স. শগছত থকা এবিধ ভেকোলা, tree-frog. পাতৃ-মুচি, স. শ. এবিধ সৰু চৰাই, a systits of small birdi. পাত্ৰ, স. শ. { স. পাত্ৰ-প, ৰক্ষা কৰ) ভাজন, সাজ; কোনো বস্তু থোৱা সঁজুলি; যেনে, পাচি, খৰাহি ইত্যাদি; উপযুক্ত লোক; ৰজাৰ মন্ত্ৰী; দৰ, vessel, a receptack', a lit or wompeteut wan, king's minister, a bridegroom. (91) পাত্ৰী। পাতৃসিয়া, স. শগছৰ পাত সি বাহ সাজি লোৱা এবিধ সৰু চৰাই, a kind of tailor bird. পাথৰ, স. শ. (সং. প্ৰস্ত, হিং. পথৰ, বং পাথৰ, শিল) জুই ওলোৱা শিল, a flint. পাপৰ-কলাই, স. শ. {হিং. পথৰ-কলা, পাথৰ লগোৱা হিলৈ। পুৰণি পাথৰ Testa, feder, a flintlock. পাথেয়, স, শ, (স. পাথেয়-পথ, বাট) বাটৰ সমল, provisions for the use on a journey. পাদ, শ, শ. (হিং, ব, পা, বায়ু ) বহিৰ্ঘাৰে দি যোৱা বায়ু, breaking wind অ, ধা, বহিৰ্বৰে দি বায়ু কৰ, to break wind. পা, স. শ. (সং. পাদ-পদ, গতি কৰ} ভৰি; চাৰি ভাগৰ এভাগ, a foot, a quarter. পাদপ, স. শ. (সং. পদপ-পা, ভৰি+ পা, পান, শিপাৰ মাটিৰ ৰস টানে ) গুছ, a tree, পাদ-শো, স. শ. (সং. পাদশোধ--পা, ভৰি + শোথ, গ। উহা বাধি) ভৰি উখহ ব্যাধি, ভৰিত হোৱা সোথ, swelling of the foct. . পাদসেৱা, স. শ. ( সৎ, পাদসেৱ-পাদ, ভৰি সেৱা, শুশ্ৰুষা) ভৰি পিটিকা কাৰ্য্য, the act of pressing the legs and fect. . পাদুকা, স. শ. {সং. পাদুকা---পাল, ভৰি। খৰম, জোতা, a candal, a shite. পদ-পদ্ম, “পদাৰবিন্দ” চোয়। পাদ-পূৰক, স. ম. (স. পাদপূৰক--- পাদ, চৰণ+পূৰক, পৃৰাওঁতা; শব্দৰ অঙ্গ পূৰ কৰা) কোনো এটা শব্দক দীঘল কৰিবৰ নিমিত্তে যোগ কৰ আখৰ; যেনে, “মুক্তিতে নিস্পৃহ যিতো সেহি ভকতক নমম,” ইয়াত যিভোৰ “শে” পদপূৰক, ait expletive. পাদোদক, স. শ. (স. পাদোদক---পাদ, ভৰি+ উদক, পানী) ভৰিৰ পানী, মা লোকে ভৰি জুবুৰিওৱা পানী, water in which the foot of a puru has been washed. পাদ্য, স. শ. (সং. পাদ্য~~পাদ, গুৰি) ভৰি ধুবলৈ দিয়া পানী, water for washing the feet. পান, কদ, স. (সং. পান-পা, পি খা ) পি খোৱা কাৰ্য্য, পিয়ন, the act of drinking. পান কৰু, পি খা, to drink. পান, স. শ. (অং, পানী, অল) ধাতুৰ বধ