পৃষ্ঠা:হেমকোষ.pdf/৫৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচে পাটমালৈ দেশৰ হিত ছাতক পাচুৱাই আগ হব লাগে, to leave in the rear, to surpass. পাচে, ক্ৰি. বি. (অ. পাচ, শেষ ) কোনো এক কাৰ্যৰ বা সময়ৰ অন্তুত, পাচত, afterwards, পাচেকৈ, কি, বি. ইয়াৰ পাচত, বৰ্তমান সময়ৰ পাচত, hereafter, in future. পাচে পাচে, আ, অব্য, কোনো এজনৰ পচত নিচেই ওচৰতে ( গতি কৰাত খাটে; যেনে, কুকুৰ গৰাকীৰ পচে 176 17, closely behin. পা ফালে, আ. অব. পিঠিৰ ফালে, মুখ fando facet, bwchind. পা-ভৰি, স. শ. কামত পাচ হোক বা হেলা কৰা কাৰ্য; যেনে, চিন্তাত পাচ-ভৰি নকৰিবা, the art of neglecting wliat is to love done. বি. কামত পাচ হেহিকা বা হেল কৰা; যেনে, এই কামত পাচ-ভৰি নহব, neglectful. পাটু, স. শ. (সং. পট্ট, এবিধ পলুৰ পৰা হোৱা মৃত।) মুনি পাত খোৱা পলুৰ পৰা cao, the silk of the mulberry fed silk worin. . পাটু, স. শ. (সং. পাটু, বহল কৰ; হি. পটিয়া, চেপেটা শিল) পাতল আৰু চেপেটা কাঠ; এতেকে ৰজাৰ সিংহাসন। যেনে, “ৰজা নাই পাটত, লোকে কিলায় বাটত; ” নাদৰ ভিতৰত দিয়া মাটিৰ চাক, s plauk, a luaril, a royal seat or throne, a cylindrical cartheu fabric used for walling up wells. পাট পাৰু, লোকৰ উপমা দি, to draw a comparison or simile. পাটু, উপ, শ, চেপেটা দীঘল বস্তু বুজাবলৈ বিশেষণ বা সংজ্ঞা শব্দৰ পাচত যোগ কৰা মাত; যেনে, বঠা পাট, a [particle joined to a noun or adljeutive to denote long Mat thing. আন আকৃতিৰ বস্তু বুজোৱা শৰেৰে লগ লাগিলে তুচ্ছ বা নিন্দা কৰা অৰ্থ বুজায়; যেনে, মানুহ পাট, তিনি পাট ঘৰ। ভাল বা সৰু বস্তু বুজাবলৈ “পাটি” হয়; যেনে, ভঁৰ বঠা পাটি। পাটল, বি. (সং. পাটল-পাট, বহল হ) অলপ ৰক্ষাৰে মিহলি বগা বৰণীয়া; যেনে, ord, of a pale ruil color. পাটি, উপ. শ. “পা” চো। পাটিসোন্দা, স. শ. ঠাৰ নিচিন! পাতেৰে 91745an evergreen tree. C - wonnin obtusifolin (amble). পাটী, স. শ. (হি. বং. পাটী) এবিধ বনৰ কাঠীৰে বোৰ মিহি গৰি, তাক শয্যাৰ ওপৰত পৰা যায়, এতেকে শষা; যেনে, পাটীৰ পৰা উ, akind of fine unt, a bell. পাটীৰা, স. শ. ( অং. পাটী, ঐ + ঢৰা, ঢাৰি। ৰিৰ ওপৰত পাটী দি বাও-বন্ধ। এবিধ আসন, a kinal of sat, covered with a fine mat. পাটী-দৈ, স. শ. { অং. পাটী, ঐ +দৈ, মিহি কাঠী। পাটীৰ নিমিত্তে কাঠী কৰা 99, tle mat muxli. পাটীমুতু, বি. (সং. পাটী, শi+মৃতুৰা, মূত) শুই থাকোতে শয্যাত মূতা, passing urine whilst. asleep. T. *. COAFAT মূতেঁত; এবিধ মাছ, পাটীত মূতাৰ ঔষধ স্বৰূপে 'তাক খুওৱা যায়, a mat wo urinates while asleep, a kind of fisli. (স্ত্ৰী) বি. স. শ. পাটমূতুৰী। পাট-ঘৰ, স, শ, পাটৰ চাঙ্গৰ অপৰত সজা 4, a house with a wooden floor. পাটু-মাদ, স. শ. { অং. পাট, দিয়া চাক+নাদ, কূপ। ভিতৰে মাটিৰ পাট, লগোৱা বা পকী কৰা নাদ, a walled up well. পাটুলু, স. শ. ( অং, পাট, এবিধ পোকৰ পৰা হোৱা সূতা + পলু, সৃজা কৰা পোক) পাট-সূতাৰ পোক, a silis worm. পাটুমাদৈ, স. শ. (সং. পটুমহাদেৱী, ৰজাৰ ঘাই ভাৰ্য্যা) ৰজাৰ ঘাই ভাৰ্যা, বৰ কুঁৱৰী; এবিধ হালধীয়া বৰণেৰে বৰ শুৱনি সৰু