পৃষ্ঠা:হেমকোষ.pdf/৫৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাহফুটুকীয়া। নিকা। নাহৰ-ফুলৰ নিচিনা ফুট থাকে, এতেকে) গাত ফুটুকা থকা এবিধ বাঘ, a levpard. মাহফুটুকীয়া, বি. নাহফুটুকী, বাঘৰ দৰে কুটযুক্ত, spotted like a leopard. নাহ, “নেহা' চোৱা। নাহি, ক্ৰি. বি. (হিং. নহি, নহয়) নাই, { পদ্যত); যেনে, “কৃষ্ণ বিনে গতি নাহি আৰ, 0, not. নি, স. ধ. (সং. নী, লৈ যা লৈ যা, এঠাইৰ পৰা আন এঠাই পোৱা; যেনে, অমুক at faca, to take :way, to convey from one place to another. . নি, ক্ৰি. বি. অভাৱ বা নিষেধ বুজোৱা ন ইকাৰ বা ঈকাৰেৰে আৰ ক্ৰিয়াৰ আগত “নি" হয়; যেনে, নিদিবি, Fastu, a negative particle. নি, উপস, ( স. নি) নিষেধ বা অভাৱ 169777 4781, u negative profis. নিওঁতা, কৃ. স. (অং, নি, লৈ যা} লৈ যাওঁতা, স্থানান্তৰ কৰোতা, a earrier. (স্ত্ৰী) নিতী। নিঃকি. বি. (সং. অকিঞ্চন, দুখীয়া) দৰিদ্ৰ, দুখীয়া, {hor. নিঃসাৰি, কদ, বি. (সং, নিঃসাৰিত --নিৰ, উপস. + , গতি ক) খেদাই দিয়া; বাহিৰ কৰা, চেপি উলিওৱা, expellect, turned out, prcksed put by sneezing. নিকট, স, শ, (সং. নিকট- নি, উপস.+ কটু, গতি কৰু) ওচৰ, সমীপ, proximity. নিকষ্ট, অ. . ( তাৎ, নিকৰ, ছাল) ছাল গুচ্। যেনে, খোজ কাটোতে ভবিৰ ছাল fastora, to be peeled off, as the skin. নিকটকটীয়া, বি. ( অং. নি, নাই+কটুকট, ঠেকা খাওঁতে হোৱা শব্দ) লৰচৰ নো- হোৱাকৈ বন্ধ, টানকৈ খাই ধৰা, fast- ened, tight, closely fitting. নিকটুৰঞ্জী, বি. (সং. নিকটৱৰ্তি-নিকট, ওচৰ + বৃত্, বাস কৰু ওচৰত থকা, nieiglıbouring নিকটৰীয়া, বি. (অৎ, নি, নাই+কটাৰী, কটা অস্ত্ৰ ) কটাৰী নথকা, having uo knife. নিকটলুৱা, বি. (অ. নি, নাই+ কাটল, খাজনা ৰাজই-নলগোৱা, not taxed, Free from tax. নিকটা, স. বা. (অং. নিকটু, ছাল গুছু) ছাল গুচা; ওঁঠৰ বাহিৰ কৰ; যেনে, the faPDECE, to reel, to shew the teeth. নিকপকপীয়, বি. (অং. নি, নাই+ কঁপা, লা) লৰচৰ নকৰা, ভালকৈ খাই ধৰা; এতেকে বদ্ধমুষ্টি, কৃপণ, closely fitting, tiybtly fastened, close-fisted. নিপটীয়া, বি. (অং, নি, নাই+ কপট, ছল) সৰল, উদাৰ, অকপটা, মনে মুখে 49, sincere, frank. নিক, স. শ. (সং) বাকলি, চোকোৰা, rind, husk, bark. (বৰ চলিত নহয় )। নিকৰী, স, শ, (অং. নিকব, চোকো। চোকোৰাত কাইটৰ নিচিনা শৃং থকা, এবিধ পানীত হোৱা গুটি, পানীৰলৰ 6, the fruit of a kind of aquatic plant. . নিকৰুণ, বি. (সং. নিকৰুণ, নিৰ্দয়) দয়াহীন, fara fratar, unkind. নিকৰুৱা, স. শ. { অং. নিকাৰ, কষ্ট, খাওঁতে কষ্ট হয়, এতেকে) মুখত ভাল বা সোৱাদ নলগা আহাৰ, বিষোদ খাদ্য; যেনে, সদায় নিকৰুৱা খাব নোৱাৰি, insipid or tasteless fuod. নিকষা, স. শ. ৰাক্ষস জাতিৰ প্ৰথম মাক, a female demon, the mother of Ravana. The mother of the Carni- varcus imps called Pisitaganas. (Dowson). নিক, বি. পৰিষ্কাৰ, নিৰ্মল, clean, free from dirt. নিকাই, ক্ৰি. বি. মলিন মোহোৱাকৈ, নিকা Se, cleanly, without being soiled. নিকাৰ, স শ. (সং. নিকা, হিংসা বা