পৃষ্ঠা:হেমকোষ.pdf/৪৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দান কাট বৰ বাবে ৰজাক দিয়া কৰ; পাৰ হোৱা বেচ; খেলত কড়ি বা পাষটিৰ ভাল পতন; এতেকে কোনো ব্যৱসায়ত হোৱা কৃঙ- । কাৰ্যতা; যেনে, তোমাৰ এই বাৰ দান facs, a duty upon goods brought for sale, ferriage, a lucky throw of dice, &c., a good chance. দান্ কাট, বেপাৰীৰ পৰা কাটল ল, to levy dlaty from a trailer. 'দানৱ, স, শ, কাশ্যপৰ ভাৰ্য্যা দনুৰ পুতেক, দনুজ, অসুৰ, দৈত্য, a leinon, a Titan, দানশীল, বি. (সং, দানশীল-দান, দিয়া+ শীল, স্বভাৱ ) দানী, দান কৰা স্বভাৱ- যুক্ত, lilberal, immifient. দানা, স. শ. (হি. দান, গুটি শস্য; ঘাই- কৈ গুটি-শস্য দিয়া যায়, এতেকে। ঘাহত বাজে চাবি ঠেঙ্গীয়া জন্তুক দিয়া অন্য আহাৰ, ধান-মাহ খলিহৈ আদি জন্তুক দিয়া আহাৰ, pain, &ce, riven to animals as food, provender. দানি, স. শ. (অ. দান, কড়ি বা পাটিৰ ভাল পতন। খেত পাষটি বা কড়ি ভাল পতন, ব্যৱসায়ত কৃতকাৰ্যতা, a lucky cast of dice, a good chance. দানি খা, ঘনে ঘনে ভালকৈ কড়ি বা পাষটি প; সঘনে বাৱসায়ত লাভ পা; যেনে, এই বাৰ তোমাৰ দানি খাইছে, t} have successively lucky casts of dire, to be suceessively a gainer in business. দানী, বি. (সং. দানিন—দান, দিয়া) দান। কৰা, দানশীল, unifient. স. শ, দাতা, দান কৰা ব্যক্তি, a liberal person. দান-পত্ৰ, স. শ. (সং, দানপত্ৰদান, দিয়া +পত্ৰ, কাকত) কোনো বস্তু দান কৰাত লিখি দিয়া খত, a deed of gift. দান-সাগৰ, স. শ. (সং. দানসাগৰদান, দিয়া + সাগৰ, সমুদ্ৰ দান কৰাত সাগৰৰ দৰে অন্ত নথকা লোক, বৰ দানী, a very munificent person. দাপ, দ, ধ, (সং. দম্, হিং. দানা, শাসন ক) ডাবি দি দমি ৰাখ, শাসন HT, to repruve, to adigonish, to check. দাপণ, স. শ{সং. দৰ্পণ, আশী) দাপোণু, কঁহৰ দূৰ্পণ, আৰ্শী, পঢ়ি বা কেঁকোৰা দোলাৰ টেকৰৰ তলত লগোৱা কোৰৰ আকৃতিৰ পিতলৰ আধাৰ, a mimor, especially one of hell metal, 2 llat piece of brass attached to the buttoin of cuch of the supports of a Purhi or kekora. Dola. দাপনি, স. শ. (অ. দাপ, শাসন মন্দ কামৰ নিমিত্তে কৰা তিৰস্কাৰ; মন্দ কাম নকৰিবৰ কাৰণ দিয়া বি, reproof, admonition. দাব, অ. বা. (হি. দকুনা, বহি যা বহি যা, খাল হৈ পৰু; যেনে, মাটিখান দাবি গৈছে; তললৈ সোমাই যা; যেনে, খুঁটাটো দাবি গল, to sink, to settle. দাবি, স. শ. { যাৎ. দাবি, প্ৰাৰ্থনা। কোনো বস্তুৰ নিমিত্তে কৰা গোচৰ, স্বত্ব, প্ৰাৰ্থনা, a claim. দাম্, স, শ, “দম” চোৰ। দাম্, স. শ. (হিং. বং, দাম, মূল্য ) বস্তুৰ (76, price. দামুৰি, স. শ. (ব. দামড়া, বন্ধোৱা বলদ। গৰুৰ পোৱালি, বাছৰু, a calf. দামোদব, স. শ. (সং দামোদৰ-দাম, পঘা + উদৰ, পেট; যশোদাই কৃষ্ণক সৰুত কঁকালত পদ্য লগাই বান্ধিছিল, এতেকে) কৃষ্ণ, বিষ্ণু, a name of Krislina or Vislinu, দাম্ কলা, স, শ, “ৰাম কলা ” চোৱা। দাম দুম, স. শ. (অৎ, ধাম ধুম, অনু, সি কামুৰিলে তত্ত নেপাই চপৰিয়াতে ধাম-ধুম শব্দ হয়, এতেকে) চেপে, ugha, 2 kind of flea or biting insect. দাম্ভিক, বি. (সং. দান্তিক—দন্ত, অহঙ্কাৰী। অহঙ্কাৰী, গপাল, proud. দীয় কৃদ স. (সং. দায়ক-দা, দান কৰ)