জি-খৰিচা জীয়াই elnth, a kind of cotton carnet made in Assam. জিমূ-খৰিচা, “খৰিচা চোৱা। জিৰণি, স. শ. (অং. জিৰা, বিশ্ৰাম কৰ) বিশ্ৰাম; কামৰ পৰা অৱসৰ, rest, re- pose, cessation from work. জিৰণীয়া, বি. বিশ্ৰাম কৰা, জিৰোৱা, rest- ing, reposing. জিৰা, অ. . ( বং, জিৰাণ, বিশ্ৰাম ) বিশ্ৰাম কবু, ভাগৰ পলু, শতা, tao rest, to rejpose. ঔদ, স, জিৰাওঁ, (স্ত্ৰী) জিৰাতী। জিলমিল, স. শ. ৰদ পৰিলে পাতৰ পৰা ঝিলমিল, জিলিকনি উঠা এবিধ শাক, syy, a kind of herh. জিলমিলা, অ, , তিৰবিৰা, জিলি, to Fara Faiaty, I sparkle, to glitter. জিলমিলীয়া,। বি. জিলিকা, তিৰবিৰীয়া, ঝিমিলীয়া, কান্তিমন্ত, sparkling, lit- tering. জিলা, স. শ. { যা} এজন মাজিষ্ট্ৰেট আৰু কলেক্টৰ আৰু জজৰ অধীনৰ এক খণ্ড C7*T, district. জিলি, অ. ধা{স. ঝিল্লিকা, কান্তি; ঝিলিকৃ, হিং, চিলা, তিৰবিৰা) তিৰ- বিৰা, চমক, দীপ্তিমান হ, to glitter, to sparkle, to shine. জিলিকনি,। গ. শ. তিৰবিৰণি, চমকনি, fafagafa, S a sparkle, the act of scintillating , জিলিঙ্গনি, স, শ, { অং. জিলি, দীপ্তি কৰ) বাৰৰ বিন্ধাই দি ভিতৰলৈ অহা পোহৰ, light coming in tlırouglı a crevice in the wall. জিলী, স. শ. (সং. ঝিল্লী, এবিধ পতঙ্গ) ঝিলী, এবিধ ঝিঝি শব্দ কৰা, পাখি লগা cotta, a kind of insect, the cicada. জিহ্বা, স. শ. (সং. লিহ, চেলে। জিভ, the tongue. জী, অ. বা. (সং. জীৱ; হিং. জীনা, সজীৱ হৈ থা) সজীৱ হৈ থাক্, নমৰি থাক্; যেনে, লৰাটি নৰিয়া হৈছে হয়, তেও জীব, নমৰে, to live, to survive, জী, স. শ. { - ব’ বী, তুহিত) তুহিতা, Pini, a daughter. জীউ, স. শ. ( স. জীৱ, প্ৰাণ } প্ৰাণ, আত্মা, বৰ প্ৰিয় মানুহক মণ মাত; যেনে, অ মোৰ জীউ বা জীউটি, the sout, tle life, a term of endlesment. জীণ, বি. (সং. জীৰ্ণ, জাহ যোৰা) ৰ হৈ শৰীৰত লয় পোৱা (আহাৰত খাটে ), digested. . জীণ যা, জাহ যা, প্ৰৱ হৈ শৰীৰত মিল; যেনে, ভাত জ্বীণ গল, অনেৰে সৈতে মিলি থাক্; যেনে, দুষ্ট মানুহ 9701 TT Castta, to be digester, to live in harmony: জী, স. শ. ( মাং.) ঘোৰাৰ গাদী, saldle. জীপ, ল, শ- (সং. জীৱন, পানী} মাটিত 17, moisture of laud. জীপী, স. শ. {সং. জীৱনী, জীও শক্তি। ভগ বস্তু জোৰা লগাবলৈ বন্ধ। কাঠ, a. splint, a thin piece of wood or Bamboo used to holl or protect anything broken. জীপজীপীয়া, বি. জীপ থকা, জেকা, moist, damp. জীয়, স, শ, {সং. জীৱন, প্ৰাণ বা পানী} আঁই পৰা বা নকৈ ৰোৱ পুলিত দিয়া fait, water applied to a withered plant to revive it. জীয়স্তা, বি. (সং. জীৱন্ত, জীয়াই থকা ) জীয়া, প্ৰাণ থকা, নমৰা, living, alive, জীয়, বি. { অং. জী, সৰ্জীৱ হৈ থাক) প্ৰাণ থকা, নম, নলৰা বা নেগেলা; যেনে, জীয়া মাছ খাবা, গেলা মাছে ৰোগ জন্মায়, living, having life, fresh (said of meat or fish). স. ধা. প্ৰাণ দি, নমৰাকৈ
- taty to restore to life. 7. 77.
কীয়াওঁতা, (স্ত্ৰী) জীৱঁতী। জীয়াই, ক্ৰি. বি. জীয়া , নমবি