পৃষ্ঠা:হেমকোষ.pdf/৩৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিঠি-খেলা* চিকাৰ; spake which frequents human dwellings and feeds on mice, &c. “চিকামৰলী” এনেকৈও লিখা যায়। চিকাৰু, স. শ. { ফাং. চিকাৰ) খেদি জন্তু

  1. T! 24724 PÝT, hunting, the chase.

চিকাৰী, বি. চিকাৰ কৰা, খেদি জন্তু ধৰা বা মৰা, hunting. স. শ. চিকাৰ কৰা মানুহ, a hunter. চিকি, ক্রি. বি. (অং. চিকুট, দুই নখেৰে চেপ) নখেৰে চিকুটি আনি; যেনে, লৰাই At5 f6ff *, pinch by pinch. চিকিৎসক, স. শ. ( সং. কিও, নিৰােগ ক ) বৈদ্য, বেজ, a physician, চিকিৎসা, স. শ. ৰােগৰ প্ৰতীকাৰ, দৰব frat, medical treatynent. চিকোটু, স. ধা. { সং. চিক্ক, পড়া কৰ, হিং. চুটকী, দুই নখৰ চেপা) দুই নখেৰে চেপি ধৰি দুঃখ দি, চিকোট মাৰ, to pinch, to squeeze between the ends of two fingers. স. শ. দুই নখৰ চে, inclu. কুদ, স, চিকোর্টেতা, (স্ত্রী) চিকোর্টতী। চিকোট মাৰ, দুই নখেৰে চেপি পীড়া কৰ, to pinch, to tweak. চিকোণ, “চিক”, “চিকোণা” চোৱা । চিকোণ, চিঞৰু, স, শ. (সং. চিৎকাব, আটাহ) আটাই ; দুঃখ বা ভয় পাই কৰা উচ্চশব্দ, a scream. অ, ধা, আটাহ পাৰ, দুখ বা ভয় পাই উচ্চ শব্দ কর, to scream. চিঞৰ মাৰ, দুখ বা ভয় পাই উচ্চ শব্দ কৰ, to scream, চিঞৰণি, স, শ, চিঞৰা কাৰ্য, দুঃখ বা ভয়ত কৰা উচ্চ শব্দ, tlie act of screaning, যেনে, বাঁহৰ আগ চিঞা, এ মুৰলৈ ক্রমে সৰু ; যেনে, আঙ্গুলিবােৰ আগলৈ চিঞা, thinner or narrower than other parts, becoming gradually thinner towards the end. স, শ, অন্য ভাগকৈ সৰু ভাগ ; যেনে, চিঞাতে কাট, a part narrower than other parts. চিঞা পৰু, চিঞা হ, অন্য ভাগতকৈ সৰু হ; যেনে, কঁকাল চিঞা পৰিছে, to leone thinner than anotler part. চিটা-কাক, স, শ. ( হিং. চিটা, ৰােকা) চিটা-বহী, মাটিৰ দীঘল-পুতল-গৰাকীৰ নাম আৰু সীমা লিখা কাকত, a book used in land surveying, giving various details with regarl to land. চিচিটনি, স. শ. ( চিটু চিট, ছালত হােৱা অসুখ বোধ } গাত তাপ লাগি হােৱা খজুৱতিৰ নিচিনা অসুখ বােধু, all itching sensation caused by heat. চিটচিটা, অ. বা. গাত প লগৰ নিমিত্তে খজুৱতিৰ নিচিনা অসুখ বােধ কৰ ; যেনে, ৰদত থাকিলে গা চিটচিটায়, to have an itching sensation. চিঠি, স. শ. {বং চিঠী, হিং. চিঠী, লেখা) লােকলৈ কোনাে বার্তা দিবৰ নিমিত্তে লেখা কাকত, লেখা, a lotter, a cpistle. চিঠি-খেল, ম শ ( ব. চিটী, লেখা চিঠি-খেলা, কাকত ** খেল, ধেমালি ) লাভৰ নিমিত্তে কৰা এক প্রকাৰ ধেমালি ; তাত কেইবা জন মানুহে গােট খাই কোনো বস্তুৰ মূৰ ভাগ দিয়ে, পাচে সৰু সৰু একো ডােখৰ কাকত সিবিলাকৰ প্রতিজনৰ নাম লিখি একোটা গুলি করে, আৰু শুদা কাকতৰ কিছুমান গুলি কৰি সেই বস্তুৰ নাম লেখা গুলি এটাও সেই বােৰৰ লগতে অয়। পাচে এজনে এহা- তেৰে মানুহৰ নামৰ গুলি এটা, আৰু আন হাতেৰে বস্তুৰ নাম থকা আৰু শুদা গুলিবিলাকৰ ভিতৰৰ গুলি এটা আনে; তে যাৰ নামেৰে সৈতে বস্তুৰ নাম a scream. চিঞৰ, স. ধ আনৰ দ্বাৰা চিঞৰ মৰা, আটাহ পৰা, to cause to scream. কৃ. স. চিঞৰাওঁতা, শ্রী} চিঞৰাতী । চিঞৰে কৃদ, স, চিঞৰ মাৰোতা, man who sercams. (*) fogão । চিঞ, বি. অন্য ভাগতকৈ সৰু বা ক্ষীণ ;