পৃষ্ঠা:হেমকোষ.pdf/৩৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০৭ চৰ্চৰণি nian চৰ মাৰ গালত চকা মাৰ, to slap on the cheek, চৰা,। স. শ, বাহিৰৰ বহ ঘৰ, an out 4, 5 side sitting-rooni. চৰা, স. বা. (অৎ চৰ, ঘাঁহ খা) ঘাঁহ খুৱা, to cause to graze, to tend as cattle. চৰাই, স. শ. (সং. চটক, ঘৰচিৰিকা) পক্ষী, খগ, a bird. চৰাইমৰীয়া, স. শ. (অ. চৰাই+মাৰ, বধ কৰ চৰাই মৰা মানুহ, চৰাই ধৰোতা, a fowler. চৰা-চোৱা, “চোৰাংচোৱা” চোৱা। চৰাওঁতা, কদ, স. চৰোৱা মতা, a who slaps on the face, or feeds attle. (স্ত্ৰী) চৰাতী। চৰাচৰ, স, শ. (সং চৰ, গতি কৰোতা+ তাচ, লৰচৰ নকৰা) সমুদায় জগত, tae universe. চৰাচৰ, বি. (সং. চৰাচৰ, গোটেই জগত) গোটেই কপাল জোৰা; যেনে, চৰাচৰ GPT, covering or extending over the whole forehead, said of the Hindu mark. ছৰ-নাও, স, শ. ( অং. চৰা, ওখ, তাৰ আগ টিটো বৰ ওখ এতেকে) ৰজা উঠি ধেমালি কৰা নাও, tlic state barge of the Aham King. চৰি, স. শ. (সং. চ, গতি কৰ) নাও চলোৱা দীঘল বাহ, a bamboo pole used in propelling a boat. চৰিতাৰ্থ, বি. (সং. চৰিত, পোৱ+ অৰ্ধ, ফল কৃতাৰ্থ, কৃতকৃত্য, যাৰ বা সিদ্ধ 308, , successful, blessed. চৰিাৰ্থতা, শু. শ. বা সিদ্ধ হোৱা অৱস্থা, poteft, successfulness, »lessedness, চৰিত্ৰ, স. শ. (সং, চ, গাভি ক) আচৰণ, স্বভাৱ; যেনে, অমুকৰ চৰিত্ৰ ভাল নহয়, কোনো মানুহে কৰা কাৰ্য্যৰ বিবৰণ; যেনে, সজ লোকৰ চৰিত্ৰ শুনিলে মানুহৰ মতি ভাল হয়; জীৱনৰ বৃত্তান্ত; যেনে, শঙ্কৰৰ চৰিত্ৰ, behaviour, character, a narrative of what one has done, a narrative of the life of a person. চৰিত্ৰদৰ্শী, স. শ. (সং. চৰিত্ৰ, স্বভাব+দৰ্শী, দেখো মানুহৰ মুখ আৰু ভঙ্গি আদি দেখি স্বভাব বুজিব পৰা লোক, a phy- siognomist. চৰিয়া, স, শ, (স’ চৰ, গুপ্ত দূত) চোৰ, চোৰে নিয়া বন্ধু বা কোনো গুপ্ত কথা প্ৰকাশ কৰিবলৈ নিযুক্ত কৰা লোক, বিপুৰ, a spy, a secret informer, চৰিয়া মেল, চোৰ বা চোৰে নিয়া বন্ধু আদি বাহিৰ কৰিবলৈ মানুহ নিযুক্ত কৰ, to employ a sccret inforæer, চৰিয়া, স. শ. { অং. চক, মাটিৰ পাত্ৰ) Tu ca, a wash-bowl. চৰু, স, শ, (সং. চৰু-স্থালী, হিং, চা, মাটিৰ ৰন্ধা পাত্ৰ) মাটিৰ পাক-পাত্ৰ;

  • it, an earthen cooking pot,

in carthen pot. চখৰীয়া, স, শ, নৈৰ যি ভাগৰ তলৰ চৰীয়া, মাটি এঠাইত ওথ আন ঠাইত চাপৰ আৰু সেঁতৰ বেগ প্ৰবল, বা খুমীয়া; যেনে, পানীৰ চখৰীয়া বুজিব পাৰি মাতৰ চৰূথবীয়া বুজিব নোৱাৰি, that part of a river where the current is strong and passes over an uneven surface. . চ, স. ধ (সং. চৰ্চ্চ, গালি পৰি আগত নথকা মানুহৰ অহিতে ক; যেনে, মৰা মানুহক চৰ্চিৰ নেপায়, to speak ill of a person who is not prosent. চৰ চৰ, অনুক, তপত তেলত পানী পৰিলে বা কোনো বস্তু মাটিত চেঁচৰাই নিওঁতে হোৱাৰ নিচিনা শব্দ, an imi- tative sound used to express that produced by hot oil when water is: thrown on it or by anything dragged along on the ground. চচৰণি, স. শ. তপত তেলত পানী পৰি চৰ্চৰণি, বা কোনো বস্তু মাটিত ঠোচৰাই নিওঁতে হোৱা শব্দ; বেগাই গিলিব