গাঁথ ২৫৭ গাজৰ, গাঁধন, কৃ. স. জৰীৰ দ্বাৰা মণি বা ফুল, আৰু কঁৰালৰ দ্বাৰা ইটা বা শিল একে লগ কৰা কাৰ্য্য, the act of strengthen- ing or cementing together. গাঁথনি, স. শ. মণি বা ফুলক শ্ৰেণী লগাই দিয়া বান্ধ বা সিয়নি; কঁৰালৰ দ্বাৰা লগোৱা জোৰা; যেনে, গাঁথনি খহিল বা এল; বাক্যৰ ৰচনা, a. al-range- Inent of beads or flowers in a string, the allierence of brick, &e., by neans of cement, গাবু, “পড়” চোৱা। গৰি, স. শ. {সং, গাত্ৰ, শৰীৰ মূৰ-নথকা 571, a headless trunk. গাৰি, স. শ. কাপোৰৰ মূৰত বা মাজত ভাঙ্গৰ সূত বৈ কৰা ৰেখ, a line or stopsy of thread coarser than that of the ground of a cloth. গাৰিশলি, স. শ. খুবলি, a block of stone or timber containing a hole in the centre used for cleaning grain with a foot-pestle or dhenki. গৰু, “গাড়” চোৱা। গৰু-চ, “গাঁ চক চোৱা। গাঁৱলীয়া, বি. (অং. গাওঁ, গ্ৰাম) গাৱত থকা, গঞ, গাৱঁৰ; যেনে, গাঁৱলীয়। মানুহ; গাৱঁৰ মানুহৰ নিচিনা, নগৰীয়াৰ দৰে পৰিস্কৃত বা মাৰ্জিত নোহোৱা; যেনে, গাঁৱলীয়া আচাৰ, rural, rustic. স. শগাৱঁৰ মানুহ, a villager. গাখীৰ, স, শ, { অং. গাই, মাইকী গৰু+সৎ, ক্ষীৰ, দুগ্ধ ) গো-বস; এতেকে জন্তুৰ নৰ 17; &, fresli milk, cnrdled milk. গাখীৰতী, বি. খীৰতী; ঘাইকৈ অধিক গাখীৰ দিয়া; যেনে, গাখীৰতী গাই, milch, giving plenty of milk. গা-গধুৰ, বি. (অং, গা, শৰীৰ + গধুৰ, অলঘু) গধুৰ গা-যুক্ত; এলেহুৱা, heavy- bodied, slothful. গাগৰি, স, শ, আশ্ৰয়, সহায়, refuge, a protector. 17 গাগৰি দি বা গাগৰি মাৰ, সহায় বা আশ্ৰয় পাই সাহ দেখা বা ডাৰ্বি দি; যেনে, ফুকনৰ লগত থাকিবলৈ পাই গাগৰি দিছে 71 sstra face, to shew courage, having a place of security or a protector. গাগৰী, স, শ, ( সং, গৰ্গী, জলপাত্ৰ। এবিধ ডাঙ্গৰ পানীৰ কলহ, a kind of water jar. গাগল, স, শ, (সং. গৰ্গৰ, এবিধ মাছি ) আৰি মাছৰ নিচিনা, ভাতকৈ সৰু এবিধ
- 75, a kind of fish.
গাগিনী, স. শ. মুৰৰ ফাললৈ চিঞা, গা ভাঙ্গৰ, আৰু দীঘল পেট আৰু ঠেঙ্গেৰে এবিধ পতঙ্গ, the mantis. গাগিনী-পেটা, বি. গাগিনীৰ দৰে দীঘল (947-971, having a long bolly, long- hellied. গাঙ্গঠি, ৭. শ. (সং. অন্থি, গাঠি } গাৰ কোনো ঠাইত হলে তাৰ ওচৰৰ গঠিত বা জোৰাত হোৱা CoreTy, a sympathetic glandular swelling: গাজু, স. শ. (অৎ. গজ, অৰিত ) গজালি, অঙ্কুৰ; মনৰ ভাব, গোপনে ৰাখিবৰ ইচ্ছা কৰা কথা, (সদায় বেয়া ভাৱত ব্যবহৃত); যেনে, গাজ উকটিলে বা গাজব কথা কলে সকলোৰে বেয়া পায়, a sprout, a sloot, an unexpressed thvaglit, what one wishes to keep secret. গাজ, স. শ. (ইং, গজ, এবিধ পাতল কাপোৰ) এবিধ পাতল পাটৰ কাপোৰ, তাৰ দ্বাৰা ৰিহা কৰা যায়, a kind of fine silk. গাজ, অ. . (সং. গৰ্জু, উচ্চ শব্দ কৰ) মেঘৰ নিচিনা শব্দ ক; যেনে, মেঘে গাজিছে, to thunder, গাজনি, স. শ. (অং. গাজু, ঐ মেঘৰ শব্দ; উচ্চ শব্দ, thunder, গাজৰু, স. শ. (সং. গৰ; হিং গাজৰ,