পৃষ্ঠা:হেমকোষ.pdf/২৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গপতা। ২৫৪ গা টেঙ্গা ধৰে। কুহিয়াৰ-শালৰ ভীম আৰু কাতৰিৰ ডিঙ্গিত খুৱাই দুইকো একে লগে ৰখা পথালি কাঠ, the cross leam an which the screw of a sugar-mill tuins. , গণপতা, স. শ. { অং. গল, ডিঙ্গি + পা, চেপেটা বস্তু) তিৰোতাই ডিঙ্গিত পিন্ধা এবিধ অলঙ্কাৰ, a kind of necklace. গল-বিচনী, স. শ. ( অং. গ, ঐ + বিচনী, গাত বতাহ-লগোৱা বস্তু বিশেষ, বিচনীৰ নিচিনা, এতেকে ) গৰুৰ ডিঙ্গিৰ তলত ওলমি থকা ছাল, the los-lap of attle. গবেৰা, স. শ. (অ. গ, ঐ+বেৰা, বেষ্টন কৰা এবিধ ডিঙ্গিৰ ৰোগ, a disease of the throat (cliphtheria). গমণিকা, বি. { অং. গ, ঐ + মণি, ডিঙ্গিব অলঙ্কাৰ } ডিঙ্গিত মণিৰ নিচিনা ৰেখা থকা ( ভাটোত খাটে ), having a ring round the neck ( as a parrot ). গলহেঁকাবি, স. শ. (সং. গলহুঙ্কাৰ, ডিঙ্গিৰ শব্দ ) ডিঙ্গিৰ পৰা কৰা শব্দ, tie sound of hawking or clearing the throat. গলহেঙ্গে, স. শ. (অং. গল, ডিঙ্গি+হেত্বাৰ, জেওৰা এবিধ ডিঙ্গিব ৰোগ, a disease of the throat. গৱাক্ষ, স, শ. (সং. গৱাক্ষ—গো, দীপ্তি + অক্ষু বিস্তাৰ কৰ) পোহৰ আৰু বতাহ সোমাবৰ নিমিত্তে বাৰত দিয়া বিন্ধা, ঘূৰণীয়। খিড়কী, a loop hole in a wall, a round window. গহ, স. শ. (অ. গ, অহঙ্কাব) অহঙ্কাৰ, আপোনাক ভাঙ্গৰ আনক তুচ্ছ যেন দেখা ভাব; যেনে, “নিদিলে সাজিতে গহ কৰি।”–শঙ্কৰ, pritle. গহৰা, বি. আপুনি গজা, গুটি নপচোৱাকৈ হোৱা; যেনে, গহৰা গছ, of a spon- taneous growth. গহৰা গজ, আপুনি গজ, গুটি নপচোৱাকৈ হ; যেনে, বগৰীজোপা গহৰ গজিছে, to grow spontaneously, . হৰি, স, শ, (অ. গহ, গপ; গপ কৰা যেন বুজা যায়, এঙেকে) বিল, পলম, delay . গহী, বি. (সং, গহীয়, গভীৰ) গম্ভীৰ, ধীৰ, stea, fa, grave, stendy. গহীনালি, গু. শ. গহীন অভাৱ, গধুলি, graveness, steailiness. গৰ, স, শ. {সং. গহব, গুহা-গহ, ঘন বা ডাঠ হ} গুহা, পৰ্বতৰ ঘোপ; দ site, a cave in a hill or mortalu, a tavern in the earth. গা, স. শ. ( সং, গা, শৰীৰ দেহ, শৰীৰ, fosfora tatals, the body or trunk excluding the leal e» limbs. গা উঠ, কোনো কাৰ্য্যলৈ উদ্যোগী বা বৰ ইচ্ছুক হ; যেনে, বেহ কৰিবলৈ গা Spics, to he cager toilo something. গা এৰা, প্ৰসৰ হ; যেনে, অমুকীৰ গা এৰা- $15, to be delivered of a child. গা এবা দি, সম্পৰ্ক এৰু বা একে সম্পৰ্ক নথকা প্ৰকাশ ক; যেনে, টান দেখিলে 5990 ffral, to sever connection, or shew ouc's self naconnected with } something. গা কব, পুষ্ট বা বলৱন্ত হ; যেনে, লৰাটোৱে 5 *fach, to become plump or stout. গা খৰা, সম্বনে প্ৰস্ৰাৱ; যেনে, অমুক S TIRCE, to urinate frequently. গা ঘেলা, বন নকৰি ধুন মাৰি ফুৰ, গা নচুৱাই ফুৰ; যেনে, অমুকে কামৰ পৰা আজৰি পাই গা ঘেলাইছে, to saunter or loiter about. গা চাই ফুৰ, বিপদৰ পৰা ৰক্ষা পাবলৈ সাৰ- ধান হৈ থকৃ; যেনে, যাৰ শত্ৰু অধিক, সি গা চাই ফুৰিব লাগে, to remain careful, to be vigilant. . গা জুৰা, সুখ বা সন্তোষ দি; যেনে, শুদা কথাই গা মুজুৰায়, to please, to গা টেঙ্গা, মনত সুখ বা বেজাৰ পা, গা দুখা; যেনে, ধন ভাঙ্গোতে গা টেলায়, to be pained in mind.