পৃষ্ঠা:হেমকোষ.pdf/২৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ ধৰ গৰাকী। গম্ ধৰ, গম বা আঁটকাল প; যেনে, চোৰৰ গম ধৰিবলৈ সাবে ছিল, to have an inkling or a slight notice of. গমন, কদ, স, {সং. গমন-গম্, গতি কৰ 5ft; 4419, the act of going; cohabitation. গমনাগমন, কৃ. স. (সং. গমনাগমন— গমন, যোৱা আগমন, অহ) যাতায়াত, Opel-catat, the act of going anıl coming or frequenting, গম, অনুক, গধূৰ মানুহ বা জন্তুৰ খোজৰ নিচিনা শব্দ, imitative sound used to expW** that of a heary foot. step. গমগম কবে, ক্ৰি. বি. গধুৰ খোজৰ দৰে শব্দ কবি; যেনে, গম-গমস্থ কৰে গল, with heavy footsteps. গমাৰী, স. শ. { সং. গম্ভাৰী, বং, গামাৰী, এবিধ গছ ) এবিধ সুকাঠী গছ, timber tree (Gmelina arborea). গমিৰি, স. শ. এবিধ ধান, ২l kinds of madily. গম্ভীৰ, বি. (সং. গম্ভীৰগ, গতি কৰ) গহীন; গধুব, স্থিৰ, (lecf, mofound, grave. গম্ভীৰতা, শু. শ. (স} গহীনৰ স্বভাৱ; faut, sleepness, profundity, grave.. গৰ, স, শ, অ. . “গড়” চোৱা। গৰ, স. ধাগচ, ভৰিৰে মোহাৰ, to tread, to trample. গৰ, স. শ. (সৃৎ গৰ্গৰী; গৰ্গৰ, পানী ডাঙ্গৰ চুঙ্গত ভৰোতে হোৱা শব্দ } পানী-খোৱা বাঁহৰ দীঘল চুঙ্গা, a piece of bambou of several joints for carrying water. . গৰকা, স. শ. তঁত বোৱাত মাকে। সুমাৰৰ নিমিত্তে দীঘৰ সূতবিলাক বেলেগ কৰা যতন। দুডাল সৰু বাহ, উতৰ তলত দি তলধৰা জৰীৰ দ্বাৰা ৰৰে সিহঁতৰ সংযোগ কৰা যায়, ততই ভৰিৰে এবাৰ ইঙলত, এবাৰ সি ডালত হেঁচা দিয়ে; সেই হেঁচাতে দীঘৰ সূতাবোৰ তল ওপৰা হৈ বেলেগ হয়, তাতে সি মাকোবে বানি মৃত সুমায় দিয়ে, কেৰ্কেটু-ধৰা ফাল, the treulles of a lon, a trap for catching squirrels. গৰখীয়া, স. শ. ( সং, গে, গ+ অ, ৰখীয়া, ৰাখোত) গৰু-ৰাখোতা, গৰু-চৰাওঁতা, a cowberl. (1) atat! গৰঞ্জ, স. শ. ( য.} অতি আৱশ্যক; সেনে, 9497 facit; necessity, importance. গৰ, স. শ. (সং. গৰল গৰ, বিহু+ল, যুক্ত) বিহ, সাপৰ বিষ, poison. গৰা, স. শ. ( অ. গ, বৈ যা) নৈৰ এখ পাৰ, এতেকে থিয় ঢাণু (হাত পানী পৰিলে তললৈ বৈ যায়, এই কাৰণ ), a river bank, a precipice. গৰ, স. . (অং. গৰ, ৰৈ যা সাৰি নি দমা, বাগৰাই নি গোটা; যেনে, জাবৰ- CTY state , to guiher together by sweeping: গৰা-কা, স. শ. ( অৎ, গৰা, নৈৰ ওখ পাৰ +কাণ, তি) গৰাৰ সঁতি, the side of a river bank or steep place. গৰাকী, স, শ, অধিকাৰ, স্বামী; যেনে, এই ঘৰৰ গৰাকী; কোনো এজন লোক; যেনে, মানুহ এগৰাকীয়ে বুধি দিলে, an owner, a master, a certain person. ness. গয়া, স. শ. (সৎ, গয়া-গয়, এটা অসুৰৰ নাম। বেহাৰ দেশত থকা এক তীৰ্থ, সেই তীৰ্থত বিষুব খোজব চিন আছে, তত পিণ্ড দিলে পিতৃ সকলে উদ্ধাৰ পায়, আৰু পূৰ্বে “গয়" নামেৰে এটা দুষ্ট অসুৰক বিষ্ণুৰে ভৰিৰে হেঁচা মাৰি বধ কবিলে; তাতে তাৰ মূৰত তেওঁৰ ভৰিৰ চিন বহৃত সেই চিনক তেওঁ বৰ দি পবিত্ৰ তীৰ্থ কৰিলে বুলি পুৰাণত লিখা আছে, a city in Pehar, a shrine there. গয়ালী, স, শ, { হিং, গয়ালী, গয়াবাসী) গয়া-তীৰ্থৰ পুৰোহিত, a priest of the above stirino.