পৃষ্ঠা:হেমকোষ.pdf/২৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৭ কোছা। to contract or sirink, to shorten by drawing back, to cause to recoil. কেঁটা, বি. (সং. কোট, বেঁকা) বেঁকা(আঙ্গু-. লিত খটে ); যেনে, আঙ্গুলিটো কোঁটা; বেঁকা আঙ্গুলিযুক্ত; আঙ্গুলিহীন; যেনে, fty, crooked; a term often ap plied to the finger, c.9., a man with a crooked finger,or without a finger. (স্ত্ৰী) কুট। কোট-কৰা, স. শ. (সং. কটককৰঃ, কাইট উৎপন্ন কৰা এবিধ বৰ জোদা আৰু অধিক কাইটেৰে গছ আৰু তাৰ গুটি, a species of thorny plant and its fruit. কোটুকৰী,। স. শ. এবিধ কেঁট কৰা কোটুকৰী-মুগা, বা বগৰী-গছৰ পাত থোৱা qaratay 2511, a species of wild silk- worm that feeds on the above plant. কোঠ, স. *. (সং. কোট, গড় কটকৰ নিমিত্তে বেৰা ঠাই, কাঠ বা বাঁহেৰে কৰা 5y, a stockade or malisado, al final fortification). কাঠ, } স. শ. (ব. কুঠৰী, ক্ষুদ্ৰঘব ) কোঠালী, ঘৰৰ মাজত ৰাৰ দি পৃথক কুৰ Es, (161), a room, il apartment. কেg!, স. শ. (তা. কেবিব, কাঢ়া চৰাইৰ মাত) এবিধ দলনি বা পিটনিত থকা ta gifta taie, a kind of water- rail. কোৱৰ, স. শ. (সং. কুমাৰ, ৰাজপুত্ৰ) ৰজাৰ পুতেক, a prince. কোঁৱৰা, স, শ. (কোঁৱৰৰ দৰে মৃদু এতেকে) Jetono staff, a young sprout, or shoot. কোশল, স. শ. (অং. কাৰ, ধেনুৰে মৰা অন্ত্ৰ + শলা, জো কাইট) ধানৰ নিচিনা তাতকৈ সৰু আক আগ জোঙ্গা গুটি ধৰা এবিধ বন, a kind of grass, কোহ্। স. শ. (সং. কোয, ফুটা কঁঠালৰ কেঁাহা, নিচিনা ফলৰ ভিতৰৰ এটা গুটিক আবৰি থকা এভগ, ফুটা; যেনে, কঁঠালৰ কোহ, পোনেই ওলাই অহা কোমল পাত, অঙ্কুৰ, গজালি; মৌৰ ৰহ- TAY, a division of the pulp of a fruit surrounding a secil or stone, a tender shout, a bud, honeycornb). কেঁাহাকুঁহি, স. শ. সিজি বা পকি পঢ়ি যোৱা বস্তুৰ মাজত অলপ টান আৰু নিমিলা হৈ থকা ভাগ; গুৰুলাগুকলি; যেনে, লুপৰি পিঠাৰ কোহাকুঁহি মৰিব লাগে, that part of anything well boiled or ripe, whicla semains harder than and unmixeil with the rest. . কোকনদ, স, * {স, কোক, চাকৈচ- কোৱা নদ, শব্দ কৰ) ৰ প, (চাকৈ চকোৱাই তাৰ তলত আশ্ৰয় লৈ শব্দ কৰে Q01 ), the rei lutus, কোকানলে, ক্ৰি. বি. (কোক, শব্দ বিশেষ +নলা, চুঙ্গা) চৌচৌ কৰে, চুঙ্গাৰ পৰা 69 Citaia ca, in a rapid stream as from a le কোকি, স. শ. (সং. কুক, গ্ৰহণ ক+ইল, প্ৰতায়, মনক আকৰ্ষণ কৰে এতেকে ) 1917, the Indiu rekoo. () কোকিলা। কোকোহা, বি. খণ, দুৰ্বল, cmatafad, lean. কোকোহা , ক্ষীণ হ, দুৰ্বল হ, খীণ, 10 be lean, to second emaciated. কোলেঙ্গা, স, শ. (অ. কোকলে, কেক লেঙ্গা চৰাইৰ মাত) এবিধ ৰচীয়া বৰণৰ 5748, a species of bird. কোলোঙ্গা, স, শ, সৎ, কোক, এবিধ জেঠী ) এবিধ জেঠীৰ নিচিনা জন্তু, তেজ- famy, a species of chamclion. কোঙ্গা, বি. (বং কোঙা, বেঁকা) আঙ্গুলি নথকা বা মোকোটা খোৱা; যেনে, হাত খাম কোঙ্গা; হাত বা ভৰিৰ আঙ্গুলি নথকা বা মোকোটা খোৱা; যেনে, P17 stiga, laving no fingers or toes or with ercoked fingers or toes. (স্ত্ৰী) কুদ্দী। কোছা, স. শ. (সং. গুচ্ছ, হিং. কুচ্ছ, আটি }