পৃষ্ঠা:হেমকোষ.pdf/২২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৭ কেঁকোৰা মাহেকৰ আধা) মাহৰ এন্ধাৰ ভাগ, the dark half of a month. কৃষ্ণ-সাৰ, স, শ, (সং. কঝ, কলা+সাৰ, মজ্জা) এবিব কলা বৰণীয়া পহু, তাৰ মুখ আৰু শিং আৰ ছাগৰ আৰু গাটো হৰি- yaraftat, the black antelope, (anti- lepo cervicapra, Haughton). কেইটা, বি. স. { অং. কেই, কিমান+টা, উপশ.) কিমান সংখ্যাৰ, low mahy. কেইবা, বি. স. ( অং. কেই, কিমান+বা, অব্যয়) কিমান নিশ্চয় নথকা কিন্তু একতকৈ অধিক; সেনে, কেইবা ঘৰ-মানুহ, several, কেইবাটা, বি. স, অনেক, বহুত, scvvval, many. কেই,। বি. স. সেই সকলে, সেই সমু- কেইটা, দায়; যেনে, কেইও জন মানুহ, কেইটা বস্তু, all of them. “কেয়ো, কেটে।” এনেও হয়। কেউটীয়, স. শ. {সং. কৈবৰ্ত্ত, ডোন) এবিধ পানীত থকা বিষহীন সাপ, টোৰ সাপ, কেউটীয়া-চোৰা” এনেকৈও বেলা যায়, কৈবৰ্ত অৰ্থাৎ ডোম যেনেকৈ পানীত মাছ মাৰি ফুৰে, ইও সেই দৰে পানীত থাকি মাছ খাই জীয়ে, বোধ হয় এই ভাৰৰ পৰা সেই নাম হৈছে, a series of water snake not poisonous. কেও, ধ্য. স. (সং. কিম্, কোন কোননা, ইয়াৰ পাচত সদায় এটা না-পদ থাকে; CYCA, (79 at, one cren (followed by a negative). কেওটু, স. শ. (সং. কৈবৰ্ত, কুলবিশেষ। এজাতি অসমীয়া শূদিৰ, কলিৰ তলৰ fo, a caste of the Assanese Sudras, inferior to the Kalita. কেও-মেও, অমুক, বৰকৈ কান্দি বিল হৈ কাকৃতি কৰতে ব্যৱহাৰ কৰা অব্যক্ত শব্দ- বিলাক বুজোৱা মাত; যেনে, কিল খাই ভৰিত ধৰি কেমেও কৰিছে, an imita- tive sound used to cxpress the indistinct words of one who carnest. ly supplicates with tears,

  • NE

অনুক, টাঙ্গোন খোৱা কুকুৰ কেকে, নিচিনা মাত, an imitative and used to express the try uttered by a dng when beaten. কেকেনি, স. শ. মাৰ খোৱা কুকুৰৰ শব্দ; খাঙ্গেৰে কৰ্কশপে কোৱা কথা, tise try uttered by a dog wlien bcaten; Larsh, surly specch. কোকো, অ, ধ, মাৰ খোৱা কুকুৰৰ দৰে শব্দ কৰু, খঙ্গেৰে কৰ্কশপে কথা। ক, ti) ৫y as a beater dog, to speak harshly and with anger. কেঁও, স. শ. থোৰৰ ভিতৰত থকা কোমল পাত; পেনেই ওলোৰ গজালি; তানো- লধ বেটুৰ ভিতৰৰ কোমল ভাগ, ১ }af in the bud, a young muud tender sloot, the tener part of a betel aut about the stem or head. কেঁকনি, স, শ, { অং.. কেক, গেঁপা গাঁথনি, নৰিয়া মানুহে কষ্টেৰে উশাহ লওঁতে (141 ***97; 57*, 1 groan. কেঁকা, অনুক. (অ. কেহহে, নৰিয়। মানুহে কষ্টেৰে উশাহ লোৱাৰ শব্দ) গেঁখা, অতি কষ্টেৰে শব্দ কৰি উশাহ ল, to gr(san কেঁকুৰি, স. শ. (অং. কোকো, বেঁক) ভাঁজ আফুৰ নুফুল! ফুল, (সি বেঁকা হৈ থাকে, crooked, but, al 1110mm flower buc of the poppy: কেঁকে, অনুক, কাউৰীৰ নিচিনা শব্দ, an imitative some used to express the cry of a crow. কেঁকো-জেঁকোকৈ, ক্ৰি. বি. { অং. কেঁকো, বেঁকা+জেকে, অনুৰূ.) ভৰত কেঁকোৰ। হৈ, দালিব নোৱৰাৰ কাৰণে কুঁজা হৈ; যেনে, সি কেঁকো-জেকোকৈ ৰখান আনিলে, being sent with weight, at the utmost stretch of one's strength. কেঁকোৰ, বি. (অ. বেঁকোৰা, ভাজলোৱা) বেঁকা, ভলগা, ধেনুছিৰীয়া, crooked, beut. .