পৃষ্ঠা:হেমকোষ.pdf/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাপ ১৭৩ কাদেৱ ! C#), a bundle of split cane or rattan containing generally five pieces. কাপ, স. শ. (সং, কবুৰ, চিত্ৰ) কোনো এক ৰৰণৰ বহল আঁচ; যেনে, একাপ কলা অৰ্থাৎ এটা আঁচ কলা, a stripe, a line or variation of color. কাপট্য, শু. শ. (সং. কপটু, বঞ্চনা) কপটতা, মুখত এক মনত অনি ভাব, faud, dishonesty, insincerity. কাপোৰ, স. শ. (সং. কৰ্পট, ফটা কানি) কাপ, বস্ত্ৰ, শৰীৰ ঢকা বস্তু, a cloth, gainment, . কাপোৰ-ওকণী, স. শ. (অং. কাপোৰ, ঐ কাপ ওকণী, } + ওকণী, চুলিব পোক। মলিন কাপোৰত হোৱা এবিধ ওকণীৰ Gafooty (9717, a kind of insect found on dirty clothes. . কাপুৰুষু, স. শ. (সং. কাপুৰুষকা, কু+ পুৰুষ, মুনিহ} নীচ, অধম মানুহ; ভয়াতুৰ e a mean contenuptille mall, & coward. কাপোৰ-কানি, স. শ. {অং. কাপোৰ, বস্ত্ৰ কাপ-কানি, } +কানি, ফটা কাপোৰ) গত পিন্ধা সকলো কাপোৰ, চেলেং, grany otfr, clothing, clothies. কাপকাপ, বি. (অৎ কাপ, আঁচ) কেইবা বৰণৰ আঁচ থকা, striped. কাপকাপ, “কল-কলপ ” চোৱা। কাপ-ঘৰ, স. শ. (অং. কাপ, লেখনী+ ঘৰ, থকা ঠাই) কাপ থোৱা চুঙ্গা, a cage for pens. কাপ-চেঁকীয়া, স, শ. (অং. কাপ, লেখনী+ ঢেকীয়া, এবিধ তৃণ} টেকীয়া জাতিৰ এবিধ তৃণ, তেঁকীয়া-শলি; তাৰ ঠাৰিৰে কাপ্ কৰা যায়, a kind of plant the stem of wluch was used as lens. কাফি, স. শ. (যা, আফিউন, আফুৰ আঠা) কাপোত নলগোৱাকৈ ৰখা et stytt, opium. কাফি, স, শ, (ইং, কাফি, এবিধ গছৰ গুটি} এবিধ গছৰ গুটি, তাক ভাজি গুড়ি কৰি চাহৰ দৰে সিজাই ৰস খোৱা যায়, coffee. কাৰ, স. শ. (সং. কপূৰ, যা, কাফুৰ, এবিধ সুগন্ধি বস্তু) গছব শাহৰ পৰা কৰা এবিধ বগা সুগন্ধি বস্তু, camylior. কাফি স, শ, আফ্ৰিকাৰ লোক, an African. কাবু, ক্ষমতাৰ অধীন অৱস্থা চল, কাৰ্য্য কৰিৰৰ সুযোগ। কাবৌ, স. শ. (সং, কাকুবাদ, বিনয় ) কাকুতি, অতিশয় নম্ৰ হৈ কৰা বিনয়। যেনে, কাবৌ কৰো, hunable supp- plication. কাম্, স. শ. (সং. কম্, বাঞ্ছা কৰ); তিবোতা- মৰ পৰস্পৰৰ সহবাসৰ ইচ্ছা; ধী-পুৰুষৰ প্ৰেমৰ অধিকাৰী দেৱতা, carual desire, lust, the Indian Cupid. Eros. According to the Taittiraya Brahmana he is the son of Dharma, by Sraddha but accord- ing to the Hari Vanse he is the son of Lakslui. Other accouuts also are given of his parentage (Dowson), কাম, স. শ. (সং, কৰ্ম্ম, কাৰ্য) বন, কৰ্ম, ATT, work; business. কাচৰাই, স. শ. (সং, কাম, সুন্দৰ) নীল বৰণীয়া এবিধ সুন্দৰ চবাই, a bird of a light blue color, কাম-কেলি, স. শ. {সং. কাম, স্ত্ৰী-পুৰুষৰ সহবাস+ কেলি, ধেমালি ) শৃঙ্গাৰ, ম ভিৰৰই পৰস্পৰক কৰা চুম্বন আলিঙ্গন wtf, sexual interconrso, dalliance, কামদেৱ, স. শ. (সং. কাম, স্ত্ৰী-পুৰুষৰ প্ৰেম+দেৱ, দেৱতা) তিৰোতা-মতাৰ প্ৰেমৰ অধিকাৰী দেৱতা, কন্দৰ্প, হিন্দু শাস্ত্ৰও লেখাৰ দৰে এওঁ এজন অতি সুন্দৰ পুৰুষ আৰু হাতত এখন ধেনু আৰু পাঁচোটা ফুলৰ শৰ লৈ ফুৰে; সেই বিলাকৰ এটা কোনো তিৰোবা মতালৈ প্ৰহাৰ কৰিলেই তেওঁ বিহ্বলহৈভিৰোতই