পৃষ্ঠা:হেমকোষ.pdf/১৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এনেকৈ। এনেকৈ, ক্ৰি. বি.এই দৰে, in this matter. এনেতে, ক্ৰি. বি. এই সময়তে, albout this time. এনে-তেনে, বি, স. (অ. এনে, এই ৰূপ + তেনে, সেই ৰূপ) এই প্ৰকাৰ সেই eft, such and euch. এন্দুৰ, স. শ. (সং. ইন্দুৰ, এবিধ জঙ্ক) মাটিৰ গাঁৱত থকা এবিধ শলিয়া, rate. এন্দুৰীয়া, স. শ. এন্দুৰৰ গাঁতৰ নিচিনগত গত হোৱা এবিধ ঘা, বৰ বোগ, at ulcer of a virulent kind. এন্ধাৰ, “আন্ধাৰ চোৱা। এপৰীয়া, বি. (অং. এক + পাৰ, নৈৰ দাতি) Cand 47764 374, living or existing on one side of a river, এপলীয়, বি, { অং. এক + 'পাল, কামৰ নিৰূপিত সময়) এবাৰ কাম কৰিব লগা, 947 YET 7914 laviny one turn . to save . এপাহ, স. শ. উপকাৰ; যেনে, তোমাৰ 9713 6906l, bienelit, good service. পাহ মা, বেয়া বস্তু দি বা বেয়াকৈ কাম í vychy py, to deceive by giving a had or indifferent thing or cloiny anything indifferently. . এপিঠীয়া, বি, { অং. এক পিঠি, পাৰ্শ্ব এফালৰ; এপিঠিত লিখা; যেনে, এ ঠীয়া কাকত; এফালৰ কাম কৰি জৰি হোৱা আৰু আন ফালৰ কামত নিযুক্ত হব পৰ; যেনে, খাই বে এপিঠীয়া হৈছে, portaiving to, or written on, ona side; free from sonxe business and ready to be engaged in something else. এফলীয়া, বি. (অ. এক + কাল, পাৰ্শ্ব ) এফালৰ, এক পক্ষৰ সম্বন্ধীয়; যেনে, এফলীয়া কথা; একীয়া, এঙীয়া; যেনে, তই এফলীয়া হৈ থাক; এফাল-থকা; যেনে, এফলীয়া তামোল; এফালে গধূৰ হোৱা; যেনে, এফলীয়া ভাৰ, partial; askant, on one side, having only oue-half; heavy on one side, as a load carried on the stipuller. এবৰীয়া, বি- (অৎ, এক+ বাৰু, নাৰ গতি) হলনীয়া, একতীয়া, এফাললৈ চাপ, (atte ), lopsidled. এবুলীয়, বি. (অ. এক+ বোল, বৰণ ) এবাৰ বৰণ দিয়া, placed in dc or only. এবে, ফ্ৰি. বি. (বৎ. এবে, এভিয়া) এতিয়া, (পদ্যত ), hoy. এবেলীয়া, বি. {অং. এক+বেলা, আধ। দিন) stay failat, pertaining to ex-balf of a day, এবেলীয়াকৈ, ক্ৰি. বি. (২. এবেলীয়া) দিনৰ আধা ভাগত; যেনে, এবেলীয়া- কৈ যাম, in half 8 (lity, এভে, জি. বি. (বং এভে, এতিয়াও) এতিয়াও, (পদাত) at present. এমূৰীয়া, বি. (অ. এক+ মূৰ, গাৰ ওপৰৰ অঙ্গ, ওপৰৰ ভাগ) কোনো বস্তুৰ বা ঠাইৰ এক প্ৰান্তৰত থকা; যেনে, এমূৰীয়া ঘৰ; জোখা ' পাত্ৰ অৰ্থাৎ দেনি আদিৰ কাণৰ সমান; যেনে, এমূৰীয়। চাউ, living or existing at the furthst end of a platea', &c., full to the brim of a measure but not rizing above it. এৰ, স. বা. (সং. ঈব, গতি কব; বৎ. এড়ন, ত্যাগ কৰণ) ভ্যাগ ক; যেনে, সি ঘৰ এৰিলে; বান্ধ মেলি চলাই দি, (নাত খাটে); যেনে, নাও এৰি দিছে, to leavi, to abandon, to unfasten, to set free, as a boat. অ. ধা. গুছ, ক্ষান্ত হ; উপ- শম হ; যেনে, বৰষুণ এৰিছে, তাৰ জৰ afacs, to be ovor, to be off, to cease, to abate. এবণ, কদ, স. (অ. এৰ, ত্যাগ কৰ এৰা এণি, কাৰ্য্য, act of leaving of abali doning. এৰণ্ড, স. শ. (সং, এৰণ্ড-~-ই, গতি কৰু)