পৃষ্ঠা:হেমকোষ.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপৰুয়া ti 5) নগৰত উপনীত হৈ দেখিলে, arrived, cone to, present. উপন্যা, স. শ. (সং. উপ, আৰু নি, উপস- +অস, থাক্ ) সজা উপাখ্যান, মিছা সাধু- কথা, a falble, a tale. উপপতি, স. শ. (স, উপ, সামান্য +পতি, স্বামী) বিয়া নকৰা বা দেশৰ কোনো নিয়ম অনুসাৰে মজা স্বামী, গোপনে catatet, a paramour. উপপত্নী, স. শ. {সং. উপ, সামান্য পত্নী, ঘৈনী} বিয়া নকৰা ঘৈনী, লুকাই ৰখা ভাৰ্য, (উপপতিৰ বিষয়ত লিখা কথা এই

  • PCTG), a woman who cohabita

with a man to whom she is not married. উপপাতক, স. শ. (সৎ, উপ, সামান্য + পাতক, পপ) পাঁচ মহা পাতককৈ সামান্য পাপ; যেনে, গোবধ, কন্যা বেচা; ইত্যাদি; মহা-পাতক চোৱা। a sin inferior in degree to the fire Mahapatakas, which sec. উপপাতকী, স. শ. (সৎ, উপপক, ঐ। উপপাতক-কৰে, a man who cont- inits a sin of the kind. (2) উপপাতকিনী। উপপাপ, স. শ. (সং, উপ, সামান্য + পাপ, কুকৰ্ম্ম) উপপাতক, see the above উপপুৰাণ, স. শ. (সং. উপ, সামান্য + পুৰাণ, পুৰণি কথা) অঠৰ খান ঘাই পুৰাণত বাজে আন কাঠৰ খান পুথিৰ সাধাৰণ নাম, সেইবিলাক এই; –আদি, নৃসিংহ, বায়ু, শিৱধৰ্ম্ম, দুৰ্বাসা, নাদ, নন্দিকেশ্বৰ, উসন, কপিল, বৰুণ, সাম্ব, কালিকা, মহেশ্বৰ, পদ্ম, দেৱ, পৰাশৰ, মৰীচ আৰু ভাৰ, one of the eighteeti Puranas other than the eighteen principal ones. , পুৰাণ ” চোৱা। উপবিহ, স. শ. (সং. উপবিষ, সামান্য বিহ) সামান্স বিহ; ধুতু, কণীবিহ, ভাং, Utf, a narcotic poison. উপভুক্ত, দ. বি. (সং. উপ, উপস, + ভুজ, ভোগ কৰ } ভোগ কৰা, ব্যৱহাৰ কৰা, possessed, enjoyul. উপভোগ, স. শ. ভোগ, ব্যৱহাৰ, কোনো বস্তু আপোনাৰ হাতত ৰাখি ইচ্ছা মতে কাৰ্যত arsiti, possession, enjoyment. উপভোগ্য, বি. ভোগ কৰিব লগা, ব্যৱহাৰ Afaqa catait, to be enjoyed, to be 1180d. উপমা, স. শ. {সং. উপ, উপস. + মা, জোখু} তুলনা, সমান, com]arist), rcseinblandt', equal. উপমেয়, বি. যাৰে সৈতে তুলনা কৰা যায়, to be comparul witli. উপযাচক, স. শ. (সং. উপ, উপস. + যাচ, খেজু) লোকে নোখোজাকৈ আপুনি কোনো বস্তু দিবলৈ প্ৰস্ত কৰোত; যেনে, তেওঁ উপযাচক হৈ ছোৱালী দিছে, on who offers to grant a lavour Lilasked for. উপযাচ, কদ, স. (সং. ঐ ) নোখেজাকৈ fracay 317 pal, the act of offering something muasked for. উপযুক্ত, বি- ( সং, উপ, উপস. + যুজ, লগ- লগোৱা ) যোগ্য, lit, projot, useful. উপযোগিতা, ও, শ, (সং. উপ, উপস. + যোগিন, যুক্ত) যোগ্যতা, fitatess. উপযোগী, বি, যোগ্য, উপযুক্ত, prope", suitable, fit. (স্ত্ৰী)উপযোগিনী। উপৰি, আনু, অ, (সং. উপ, ওপৰ) ওপৰে; বাহিৰে; যেনে, তাৰ উপৰি কুৰি টকা দিছে, over and above. বি. পূৰ্বৰ, আগৰ; যেনে, উপৰি জন্ম, উপৰি পুৰুষ, former, prior. উপৰীয়া। বি. (সং, উপৰি, ওপৰ) কাৰে উপৰুৱা, সৈতেও সম্পৰ্ক বা নিৰূপিত ঘৰ- বাৰী নথকা; যেনে, উপৰীয়া মানুহ। নিশ্চয় নথকা; যেনে, উপৰুৱা কথা; লেখৰ বাহিৰে পকা, অতিৰিক্ত, having no fixed residence or connection with anyone; uncertain, extra or super- numery: 66