পৃষ্ঠা:হেমকোষ.pdf/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উৎকণ্ঠিত। উত্তেজিত } কল হৰ বা হৈছে জানিব নোৱৰাত হোৱা foet, anxiety. উৎকণ্ঠিত, কুদ, বি. চিন্তি, উল-খুগুল, anxious; greatly concerned. উৎকৰ্ষ, স. শ. (সং. উৎ, উপস.+কৃষ, চিন দি) উত্তমতা, শ্ৰেষ্ঠ, excellence, improvement. উৎকৃষ্ট, কদ, বি. উত্তম, ভাল, শ্ৰেষ্ঠ, excel- lent, superior, উৎকৃষ্টতা, গু. শ. শ্ৰেষ্ঠ, excellence. উৎকো, স. শ. {স উৎ, উপস.+ কুচ, বেকা হ} উপকাৰ পাবৰ আশাৰে দিয়া cott, a bribe. সমা-উৎকোচ, তেঁটী; উৎকোচ সংস্কৃত শব্দ, সি কোনো বিশেষ উপকাৰৰ আশাৰে দিয়া বক বুজাৰ; ভেট শব্দ অসমীয়া, দি উৎকোচ আৰু এনেই আদৰ কৰি দিয়া বস্তুত খাটে। উৎখাতু, কদ, বি. (সং, উ, উপস. + খাড়, খন খানি কুৰি পেলোৰ; উচ্ছন্ন, উবাৰ, Jug "p; devastated, ruined, উত্তপ্ত, বি. (সৎ, উৎ, উপস, + তপ্ত, তপত) 17 TW, very hot. উত্তম, বি. (সং. উৎ উপস+তম, প্ৰত্যয়) শ্ৰেষ্ঠ, ভাল, excellent, best. স. শ.শ্ৰেষ্ঠ লোক; যেনে, অধমে উত্তমক সন্মান কৰিব লাগে, at superior, a superior personage. উত্তমতা, ও, স, ভাল গুণ, শ্ৰেষ্ঠ, ৬xcel- lence, goodness. উত্তমৰ্ণ, স. শ. (সং, উত্তম, শ্ৰেষ্ঠ + ঋণ, ধাৰ) যি আনক ধাৰ দিয়ে, a credlitor. উত্তমাঙ্গ, স, শ. (স”, উত্তম, শ্ৰেষ্ঠ + অঙ্গ, গাৰ এভাগ ) মূৰ, the head, • উত্ত, স. শ. (সং. উৎ, উপস.+, গত হ) প্ৰতিবচন, এজনে কখা কলে ঘুৰাই তেওঁক কোৱা কথা; দক্ষিণ ফালৰ সমুখৰ firms, an answer, a reply; the north side fa. 475, subscquent, উত্তৰ, অ. . (সং. উত্তৰণ, পাৰ হোৱা) মহলাত উই, পৰীক্ষাত উঠ, to be sue cessful at an examination, or trial. উত্তৰ-কা, স, শ. {সং. উত্তৰ, পাচ+কাল, সময়) ভবিষ্যত কাল, futurity. উত্তৰ-ফাল্গুনী, স. শ. দুটা ফল্গুনী নক্ষত্ৰৰ পাচৰটো, বাৰ সংখ্যা নক্ষত্ৰ, the twelfth lunar mansion. উত্তৰ-ভাদ্ৰপদ, স. শ. দুটা ভাদ্ৰপদ নক্ষত্ৰৰ পাচৰটো, সাতাইশ সংখ্যাৰ নক্ষত্ৰ, the twenty-sevenil luar mansion. উত্তৰাধিকাৰী, স. শ. (সং. উত্তৰ, পাচ+ অধিকাৰী, গৰাকী। মৰা মানুহৰ বস্তুৰ গৰাকী, an lein, উত্তৰায়ণ, স. শ. ( সং, উত্তৰায়ণ-উত্তৰ, দক্ষিণৰ সমুখ দিশ + অয়ন, বাট) মৃষ্য উত্তৰ ফালে গতি কৰা কাল, titc ferty of the sun's progress to the north of the equator. উত্তৰাষাঢ়, স. শ. (সং. উত্তৰাষাঢ়া—উত্তৰ, পাচ+ আষাঢ়, দুটা নক্ষত্ৰৰ নাম। পাচ- ৰটো আষাঢ়া নক্ষত্ৰ, একৈশ সংখ্যাৰ 91, the twenty-first of the fanar mansions. উত্তৰী, স, শ, ( সৎ, উত্তৰীয়, ঘাগৰিগতীয়া) কাস্থ গোসাইবিলাকৰ পটৰ লগুণ, th szereel thread worn by the Kiyeth Goswains. উত্তবীয়া, বি. উত্তৰৰ পৰা অহ}, {বতাহত T), blowing from the Nortlı. উত্তাপ, স. শ. (সং. উত্তাপ-উৎ, উপস. + ভাপ, জুইৰ ভাপ } জুই বা সূৰ্যৰ তাপ, heat, great heat. উত্তীৰ্ণ, বি. (সং. উৎ, উপস. +তু পাৰ হ} পাৰ হে; মহলাত উঠা, trived at the other sidle of a river; sucessiul at an examination. উত্তেজনা, স. শ, (সং. উত্তেজনা—উ, উপস, +তিজ, চোকা ক} কোনো কাৰ্যলৈ সঘন উচটনি, উদগনি, the act of rousing or urging on excitement. . উত্তেজিতু, কদ, বি. কোনো কাৰ্য্যলৈ সম্বনে উটোৱা বা উদগেৰ, কৰাবলৈ হেঁচি 1, excited, roused.