পৃষ্ঠা:হেমকোষ.pdf/১২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আছ ইচাট-বিছাট। যুদ্ধৰ সঁজুলি, ৰণৰ অস্ত্ৰ-শস্ত্ৰ আদি; খাৰ-

    • HIFT, military stores, ammu-

nition. আহু, স. শ. (সং. আশু, শীঘ্ৰ ) এবিধ সোনকালে পকা ধান, a species of paddy which is reaped and gathered in June-July,"sta" Cová আহুকাল, ২. শ. (সং. অহো, আচৰিত+ কাল, সময়) আপদ, কষ্ট, কষ্টজনক বস্তু, distress, a troublesome thing. আহুতি, স. শ. এস. আ, উপস:+ই, উৎসৰ্গ) হোমত ঢল ঘিউ, clarified butter poured on fire as oblation to gods. আহুদি, স. শ. (সং. ঔষধি, দৰব) মন মোহ বা বশ কৰা দৰব, a philter. আহনীয়া, বি. (অং. আহোম্, গছৰ ৰে মেলা ডাল। বহিবৰ উপযুক্ত ৰূপে ফেব মেলা, আসনৰ নিচিনা; যেনে, আহুনীয়া 15, spread ont in such a manner as to form a convenient scat (said of a tree or branches of it). আহূত, কৃদ. বি. (সং. আ, উপস.+হে, মা) মত, নিমন্ত্ৰণ কৰা, invited, callel. আহোন, স, শ, ( স. অসম, বহা বস্তু) হাতীৰ গলধনত মাউত বহা ঠাই; কেৰ মেলি বহিবৰ উপযুক্ত হোৱা গছৰ ডাল; নাৱৰ গুৰিয়াল বহা ঠাই, that part of an elephant's ueck on which tlie driver sits, a natural seat formed by the branches of a tree; the stoerman's seat in the stern )f a boat. আহোম, স, শ. “আহম” শব্দ চোৱা। আছি, বি. (সং. অহ্ন, দিন) দৈনিক, দিনটীয়া, এদিনত হোৱা, daily, diur- nal, স. শ. নিত্য কৰিব লগীয়া ধৰ্মকৃত্য, daily prayer. আদ, স, শ. (সং. আ, উপস. + দ, ৰং পা) ৰং, আনন্দ, joy, delight, আলাদি, কৃদ. বি. ৰং পোৱা, আনন্দিত, delighted. আহ্বান্, স. শ. (সং, আ, উপস. + মোতৃ মতা কাৰ্য, নিমন্ত্ৰণ, invitation, calling আক্ষেপ, স. শ. (সং, আ, উপস. + ক্ষিপ, পেলা) শোক, বেজাৰ, sorrow, 'egret. ই। ই, বৰ্ণমালাৰ তৃতীয় আখৰ। ই কোনো কথাৰ পাচত যোগ কৰা হলে তাৰ অৰ্থ বিশেষকৈ বুজায়; যেনে, হাতীয়েই, মানুহেই, অহাই; Beyfi, the third letter of the alphabet. ই, ব্য, সৰ্ব্ব, ( স. ইদম্, এই ) ওচৰত থকা মানুহ বা বস্তু, this man (r thing. ইঃ, ভা, অ. দুঃখ বেজাৰ বা আশ্চৰ্য ভাব 74431 ate, an exclamation of pain, sorrow or suu'prise, ইকটু সিকট, } স. শ. (অ, ই, ইফাল+ ইকটা-সিকটা, কটা, ছেদ কৰা + সি, সিফাল + কটা, ছেদ কৰা) বেয়া সোৱাদ বা গন্ধ পাই মুখ বেঁকা কৰা কাৰ্য, the act of making a wry fare. ইকৰা, স. শ. ( স. ইক্কট, এবিধ তৃণ ) ঘৰৰ বাৰ দিয়া খাগৰিৰ নিচিনা এবিধ বন, a kind of read. ইকাতি-সিকাতি, ক্ৰি. বি. { অং. ই, এই+ কাতি, গাৰ দাতি+সি, সেই+কাতি, দাতি) এফালে কাতি হৈ থকাৰ পৰা আন ফালে কাতি; এফালৰ পৰা আন ফাল, from one side to another, from unc way to another. ইকাৰ, স. শ. (সং. ই + কাৰ, আখৰ } ই—আখৰ; বিশেষকৈ f, the vowel, ই especially the syınbolfi ইঙ্গিত, স, শ, {স, ইগ, গতি কৰ) চিয়াৰ, ঠাৰ, কথা বুজোৱা সঙ্কেত, a hint, a gesture. ইচ, ভা, অ, ইতিকিং বা উপলজা কৰা-মাত, an exclamation of contempt. ইচাট-বিচাই, স. শ. (অ, ই, ইফাল + চাট, হঠাত মৰ কোব+বিচাট, উপ শ.) চাটি ফুটি, গাৰ পোৰণি বা দুখ পোৱাৰ নিমিত্তে