পৃষ্ঠা:হেমকোষ.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমন্ জিমন্কৈ ৮৭ আমোলা। আমুৱা, স. বা. (অ, আ, ন+মুখ, গাৰ অঙ্গ) হেঁপাহ-পলুৱা, মুখত বেয়া লগোৱা, ভোগ কৰিবৰ অনিচ্ছা জন্ম, to satiate. আমৈ, স. শ. { অং. মাহী, আইৰ ভনীয়েক) বন্ধুৰ বা নিজ নামেৰে যোৱা মানুহৰ মাক; আইৰ বন্ধু তিৰোতা; বোপাইৰ বন্ধুৰ ঘৈণীয়েক, the mother of a friend or Dame-sake, a female friend, of one's mother', father's friend's wife. “ভাৱৈ” চোৱা। আমৈলতা, স. শ. {সং, অমৃত-লত) গছৰ ওপৰৰ পৰা মাটিলৈ আগ ওলমি অহা এবিধ লতা, সগুণীলতা, ডুচী, a kind of creeper (Menispermu glabrum). আমোদূ, স. শ. (সং. অ, উপস. + মুদ, ৰং কৰ) ৰং, আনন্দ, ধেমালি, pleasure, play: আমোদি, কদ, বি. আনন্দিত, ৰ পোৱ; সুগন্ধি, delighted, fragrant. আমোদী, বি. ধেমেলীয়া, ৰৱাল, bplay. আমহী, চিন্তি, বিস-মুখীয়া, ৪ad, cheerless, pensive, lugubrious. আমন জিমন্কৈ, ক্ৰি. বি. বিমৰ্থ হৈ, মন- 24 gics, cheerlessly, pensively, lugubriously . আমন্ত্ৰণ, কদ, স, (সং. আ, উপস,+মন্ত্ৰ, আলচ কোনো কাৰ্য্যৰ নিমিত্তে মাতি অনা কাৰ্য, নিমন্ত্ৰণ, invitation. আমন্ত্ৰিত, কদ, বি. মত, নিমন্ত্ৰণ-পোৱা, invited. আমৰা, স, শ. (সং. আশ্ৰাতক; বং.. আমড়া, এবিধ ফল। এবিধ সকলোৱে জনা ফল, Otas se, tlie hogplum and its treu. স. শ. (সং. আম-পেশী; আমহী-গুড়ি, বং. আমী+গুড়ি, গুড়া)

  1. 477 f, powdered mango.

আমা-ডিমা, বি. (অঃ.. আমা, অনু + ডিমা, কণী) কীৰ সমান অৰ্থাৎ নিচেই সৰু, কেঁচুৱা ( ই সদায় এটাকৈ অধিকৰ ভাৱ বুজায় ); যেনে, আমা-ডিম। লব- ছোৱালী কেইটা, very young'. আমান্ন, স, শ. {সং. আম, নিসিজোৱা + অন্ন, চাউল) নিসিজোৱা চাউল, raw rice. আমাৰি, স. শ. {সং. অম্ভাৰি, পানীৰ শত্ৰু, অস্তু, পানী-অৰি, শৰ্ক) এবিধ পানীত নষ্ট নোহোৱা বা নমৰা ডাঙ্গৰ গছ; a kiud of timber tree (Amoora spec- tabilis). আমাশয়ু, স. শ. (স. আম, জীৰ্ণ নোজোৱা আহাৰ+ আশয়, থকা ঠাই) খোৱা বস্তু গোট খাই থকা জোলোঙ্গা, ভুৰু, the stomach. পামিন, স. শ. { যা.) সঁজাভী, মাটি আমীন, জোখো, one deputed by authority to local enquiries, &c., commissioner, a surveyor, আমিষ, স, শ. (সং. অ, গতি কৰ মাছ বা মঙ্গ; { তাক কলি কুৰ জৰুৰ পৰা পোৱা যায়, এতেকে সেই নাম ), animal food, fleshmeat. fal, gily. আমোদপ্ৰিয়, বি, ধেমেলীয়া, ধেমালিত-ৰঙ, sportive. আমোল, স. শ. ( যাৎ.) কোনো অধিপতিয়ে শাসন কৰা কাল, ৰাজত্বৰ কাল; যেনে, অসম ৰজাৰ আমোলত, the time during which a ruler administers the affairs of a district, a reign. আমোলন-টেঙ্গ, স, শ. (সং. অম্লা, মলিন নোহোৱা, বা তাম্ন, টেঙ্গা এবিধ টে। oy, a species of acid fruit. আমোলন-ফুল, স. শ, (সং. অম্লান, মলিন নোহোৱা এবিধ ৰঙ্গা ফুল, a species of llower. আমোল স. শ. ( যা. } কোনো কাৰ্যৰ বা বিচাৰৰ ঠাইত লেখা-পঢ়াৰ কাম কৰা tae, a clerk, a ministerial officer. আমোলা, স. বা. ( সৎ, আন্নান, অলপ মলিয়ন) বেজাৰ বা নিশাত মলিন ক; (মুখত খাটে) যেনে, এই কথা শুনি তেওঁ মুখ আমোলাই পেলালে;