পৃষ্ঠা:হেমকোষ.pdf/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদাকৰি আধৰুৱা। আদাফৰি, স. শ. { অৎ, আদা, ঐ) প্ৰায় আদাৰ নিচিনা গোছোৱা এবিধ গছ, গত মেজাঙ্কৰি মুগা লগোৱা যায়, a species of tree (Tetranthera quad- rifolia). আদানী, বি. (অ. দান, বেচা বস্তুৰ কৰ) দান নথকা, বেচা বাবে ৰাজ কৰ দিব নলগা; বাট-ঘাটৰ কৰ নলগা, free from cxcise duty, ferry toll, &c. আদায়, বি. (সং, আ, উপস.+ দা, দি সাধি উলিওৱা, তোল, (ধনত খাটে); যেনে, খাজনা আদায় হল, realized, paid. আদাল, স. শ. (যাৎ,) বিচাৰৰ ঠাই, সোধা-

  • 4979, a conrt of Justice.

আদি, বি. (সং, আ, উপস. + দা, দি। প্ৰথম, আগ, ঘাই; যেনে, আদি কাৰণ; first, prior. স. শ, আৰম্ভ, আগ, মূল; যেনে, আদিতে, beginuing, root, আদিত্য, স. শ. (সং. অদিতি, কাপ স্ত্ৰী, দেৱগবিলাকৰ মাক) সূৰ্য্য, the stun. আদি-নিৰঞ্জন, স. শ. {সং. আদি, প্ৰথম+ নিৰঞ্জন, ঈশ্বৰ) পৰমেশ্বৰ, the Supreme Being . আদি-পুৰুষ, স. শ(সং. আদি, প্ৰথম + পুৰুষ, ব্যক্তি) যি মূল মানুহৰ পৰা পৰিমাণ বাটে, ঘাই বা মূল মানুই, পৰমেশ্বৰ, the founder of a family, first progenitor, the Supremo Being. আদিবাসী, বি. (স. আদি, ঐ+ বাসী, থকা) প্ৰথম নিবাসী, কোনো ঠাইত আগেয়ে থকা, alporiginal, সশ, কেননা ঠাইত পুৰণি কালৰ পৰা থকা মানুহ, an aborigine. আদি-, স. শ. (সং, আদি, ঐ + ৰ', আস্বাদ, আদৰ প্ৰধান, এতেকে) তিবোতা-মতাৰ খ্ৰীতি, sexual love, + টি, উপস.) আদখানি, সমান এখাগ, one-half. আদৃত, কদ, বি. (সৎ- আ, উপস. + , সন্মান কৰ) সম্মানিত, মান পোৱা, res- pected, treated with civility. আদেশ, স. শ. (সং, আ, উপস, + দিশ, Cely) wool, order, command. আদৌ, ক্ৰি. বি. (সং. আদৌ, প্ৰথমতে; আদি, প্ৰথম) প্ৰথমতে, আদিতে, at. firat, in the beginning. আদ্য, বি. (সং, আদি, প্ৰথম ) প্ৰথম, অগি, first. আদ্যন্ত, ক্ৰি. বি. (স”, আদি, প্ৰথম+ অন্তু, শেষ) আদিৰ পৰা অস্তলৈকে; যেনে, এই পুথি আদ্যন্ত পাঠ কৰিলো, from the beginning to the end, 4. *. আগ, গুৰি; যেনে, এই কথাৰ আদ্যস্ত caotety, the beginning and the end. আদা-ৰস্, স. শ. “আদি-ৰস” চোৱা। আদ্যশ্ৰাদ্ধ, স. শ. (সং. আদ্যশ্ৰাদ্ধ- আদ্য, প্ৰথম+শ্ৰাদ্ধ, শৰাধ } মৰাৰ পৰা ব্ৰাহ্মণৰ আঘাত দিন যোত, আন জাতিৰ এমাহৰ অন্তত কৰা ক্ৰিয়া; the first shrudh performed on the eleventh clay after death in the case of Brahmins and on the thirty-first day in that of sku!ras. আদ্যাশক্তি, স. শ. (সং, আদ্যাশক্তি আদ্য, আদি, শ্ৰেষ্ঠ+ শক্তি, দেৱী মহা- শক্তি, দুৰ্গা-দেৱী, the great goddess Durga. আদ্যোপান্ত, ক্ৰি. বি. (সং. আদি, প্ৰথম+ উপান্ত, শেষ ) আদিৰ পৰা অস্তুলৈকে; যেনে, কথাটো আদ্যোপান্ত শুনিলো, from the beginning to the end. আধৰা, স. শ. (অ. আধা-পোৰা-আধা, সমান এভাগ+পোৰা, দাহকৰা) আধা পোৰা খৰি, এমূৰত জুইলগা কাঠ, a fire brantl. , আধৰুৱা, বি. (অ. আধা, অন্ধ্ৰ) আধা হৈ amour. . আদিষ্ট, কদ, স. {সং. আ, উপস,+ দিশ, 69*) per contat, ordered, dirceled. ট, স. শ(অং আধা, পমানে এভাগ