পৃষ্ঠা:হেমকোষ.pdf/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচৰিত 90 আম। sipping water before a religious ceremony from the palm of the hand and then touching the nose, ears, eyes, &c., for the purpose of being purified. আচম্বিত, বি. (অ, আ, ন+ চন্থিত, বোধ, বুজ) আগেয়ে বুজ নোপোৱাকৈ হোৱা, অকস্মাত হোৱা; এতেকে আচৰিত, un- expected, sudelen, strange. আচম্বিতে, ক্ৰি. বি. আগেয়ে গম আচম্বিৰূপে, নোপোৱাকৈ, অকস্মাতে, unexpectedly, suddenly. আচ, অ, ধা. {সং. আ, উপস:+ চৰ, গতি কৰ ব্যৱহাৰ কৰ, কাৰ্যা কৰ, চল; যেনে, আপোনাৰ আজ্ঞাৰ দৰে আচৰিম, to conduct, to behave, 4. 1. *7; কৰ্তব্যৰূপে পালন কৰ; যেনে, ধৰ্ম্ম আচ- faq othcst, to do, to observe. আচৰণ, কদ, স. ৰীতি, ব্যৱহাৰ, চলন, le- haviour, conduct. আচৰণীয়, বি. ব্যৱহাৰৰ মোগ্য; কৰ্তবা, proper to be used, observable, fit to be followed. আচৰিত্, কৃদ. বি. (সং. আ + চৰ, ঐ) ব্যৱহৃত, পালন-কৰা, আচ, used, observed. আচৰি, বি. (সং. অশ্ৰুতি, বিস্মিত) আশ্চৰ্য্য, অদ্ভুত, বিস্ময়যুক্ত; যেনে, আচ- ৰিত কথা; নেদেখা-মুশুনা কথা দেখি- শুনি হোৱা অবাক, তবধ; যেনে, আচৰিত BL41, strange, surprising; surprisul, astonished. 1 আচল, স. শ. (অ, আ, ন + চল, জুতি ) বিজুতি; অনায়াসে যাব নোৱৰা ঠাই; যেনে, সেই বস্তুটো আচলত আছে; সঙ্কট; যেনে, আচলত পৰিলে মানুহৰ বুদ্ধি হেৰায়, want of convenierice, a place not easily accessible, diffi- culty, বি. জুতি নোহোৱা, বিজুতি, টান, inconvenient, difficult. আ, স, শ, (যা.) মূল, আৰ্থি; যেনে, আচল চাই নকল কৰে, an original, বি. দ্বাই, স্বৰূপ; যেনে, আচল মুকুজ, genuine. আহা, বি. (অ, আ, ন+চহ্, চাহ কৰ) অনাৰা, নিচিনা, আগেয়ে নেদেখা, হৰিলগৰিল-নথকা; যেনে, আচহুৱা মানুহ; আচহুৱা ঠাইত সাবধান হৈ ফুৰিব লাগে; (অচিনাকি ঠাই আৰু মানুহ, চাহ নকৰা মাটি অৰ্থাৎ হাবিৰ নিচিনা, এই ভাৰৰ পৰা এই শব্দ হৈছে), unacquainted, unfamiliar, strange. আচাটবিচাটু, স. শ. (সং. অস্বাস্থ্য বিস্বাস্থ্য, মৰিয়াৰ পৰা হোৱা দুখ)নৰিয়াই দুখত হাত ভৰি এছৰা আৰু ইলুটি শিশুটি কৰা কাৰ্যা, অসুখ-শাতি; যেনে, অমুকেজৰত আচাট- fapta sfars, the act of tossing about for pain of disease, restlessness. আচান, স. শ. (অ, আ, ন+ চা, দৃষ্টি কৰ) চাওঁত অৰ্থাৎ সহায় নথকা অৱস্থা বা ঠাই; যেনে, মানুহটো আচানত মৰিল, friendlessness, a place where there is no one to help. আচমী, স. শ. (ফা.) পদকীয়া, a defend- ant, an accused person. আচাৰ, স. শ. (সং. অ, উপস.+চৰ, গতি কৰ ব্যৱহাৰ, আচৰণ, স্বভাৱ, condnet, behaviour. আচাৰু, স. শ. (বং আৰু হি. আচাৰ। তেল আদিত পেলাই থোৱা ফল-মূল, fruits or vegetables preserved in oil, &c., pickled vegetables or fruits. আচাৰি, বি. ( আ. আ. ন+ চাৰি, দুবাৰ তিনি আৰু আধা; যেনে, আচাৰি 17, three and a half. আচাৰ্য, স. শ. (সং. আচাৰ্য্য----আ, উপস:+ চ, গতি কৰ, শিষ্য গুৰুৰ লৈ শিকিবলৈ যায়) গুৰু, শিক্ষক, ঘাইকৈ বেদ শিকাও, an instructor especially one who teaches the Vedas, 7. strana আচিনাই, স. শ. “ আজিনাই " চো। আচ্ছ, বি. (সৎ- আচ্ছন্ন--আ, উপস+ছ, ঢাক) ঢাকা, আবৃত, ৫vered.