পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ্ম্মমন্ত্ৰে দীক্ষিত কৰি
হিংসা দ্বেষৰ পথ পৰিহৰি।
প্ৰেম কৰুণাৰে কক্ষ ধৰণী কৰা অমৃতময়,
সত্য-শুদ্ধ জ্ঞান প্ৰবুদ্ধ তুমি হে গৰিমাময়।

বুদ্ধপূৰ্ণিমা, ১৯৭৮।

॥ হৃদয়ৰ অৰণ্যত ॥ ৬০