হেপাহেৰে আছিলো সাৱটি। সময়ৰ গছকত ভাঙে সৰু হিয়াখনি শাওনৰ বাৰ খৰে জীৱনৰ জীপ হৰে সেউজী সপোন মোৰ দেই পুৰি নিলে উছৱৰ ৰাতিপুৱা তোৰ দৰে হাঁহো বুলি কিয় জানো আজি মাথো কান্দোন উথলে।