[ মোৰ দুনয়ন অশ্ৰুসজল দেখিছা? ] মুক্ত কৱৰী বন্ধা নাই কিয় সুধিছা? ধ্বংশৰ বাটে যাৰ সন্তান সোনৰ সংসাৰ যাৰ থান্বান্ সেই মাতৃয়ে হৃদয় কিহেৰে জুৰাব কোৱা।
৷৷ হৃদয়ৰ অৰণ্যত ৷৷ ৪৫