সেই স্বভাৱ নেৰে; তেন্তে তাই অলঙ্কাদি সম্পত্তি কাঢ়ি লৈ তাইক
ত্যাগ কৰিব।
যেনে;-সংবৎসৰং প্ৰতিক্ষেত দ্বিষন্তীং যোষিতং পতি।
উদ্ধং সংবৎসৰাৎ ত্বেনাংদায়ংহৃত্বা ন সংবসেৎ। ৭৭।
(ইতি মনু নঃ অঃ)
স্ত্ৰী যদি খঙ্গৰ অধীন হৈ ঘৰৰ পৰা ওলাই যাবলৈ উদ্য়ত হয় কিম্বা
ওলায় যায় তেন্তে তাইক অবিলম্বে বন্ধন কৰিব কিম্বা আত্মীয় পৰিবাৰ
সকলৰ সাক্ষাতে পৰিত্যাগ কৰিব।
যেনে;-অধিবিন্নাত যা নাৰী নিৰ্গচ্ছেস্ৰুষিতা গৃহাৎ।
সা সদ্যঃ সন্নিৰোদ্ধব্য়া ত্যাজ্যা বা কুলসন্নিধৌ। ৮৬।
( ইতি মনু নঃ অধ্যায়)
যদি গুনৱান বৰনোপোৱাৰ কাৰণে বিয়া নিদিয়াকৈ কন্য়া ঋতুমতী
হয়, তেন্তে তিনি বছৰ পৰ্য্য়ন্ত অপেক্ষা কৰি কন্য়ায় নিজে বৰ নিৰ্ব্বাসন
কৰি লব। এই বিষয় কন্যাৰ কোনো দোষ নাই। আৰু বাপেক ভায়েক
আদিয়ে তাৰ গাধন লব নোৱাৰে। কিন্তু কন্য়ায়েও কোন ৰূপ
বস্তু কিম্বা অলঙ্কাৰাদি নিব নোৱাৰে যদি নিয়ে তেন্তে চোৰ বুলি গন্য় হব ( মনুঃ নঃ অঃ ৯০।৯১।৯২ শ্লোক চোৱা) কন্য়াৰ গাধন প্ৰকাশ্য়ে কিম্বা গোপন কৈ কলেও মহাপাপ,এতেকে এই নিয়ম কোনো কন্য়া গৰাকীয়ে নকৰিব। (উক্ত ৯৮।৯০।১০০) apropaso )