ব্ৰহ্ম তেজ কামনা কৰা ব্ৰাহ্মণে, বলাৰ্থী ক্ষত্ৰিয়ে আরু খনকামী ৱৈশ্যে
যথাক্ৰমে গৰ্ভ পঞ্চম; গৰ্ভ ষষ্ঠ আরু গৰ্ভ আৰু অষ্টম বছৰে নিজ নিজ লৰাৰ
উপনয়ণ দিয়া কৰ্ত্তব্য়। সাধাৰণতঃ বাহ্মণৰ গৰ্ভ ষোল বছৰ ক্ষত্ৰিয়ের
বাইশ বছৰ আৰু বৈশ্য়ৰ ছৌবিশ বছৰ পৰ্য্যন্ত উপনয়ন (লগুণ দিয়া)
সময় অতীত না হয়। যদি উক্ত সময়তো এই তিনি বৰ্ণৰ উপনয়ন
ন হয়, তেন্তে ইহঁত সাধু সমাজত নিন্দনীয় হয় আৰু ইহঁতক ব্ৰাত্য়
অৰ্থা সাবিত্ৰী পতিত বা সংস্কার ৰহিত বোলে। এই ব্ৰাত্য়
ব্ৰাহ্মণর দ্বাৰাই কেতিয়াও বৈদিক কাম; অধ্যাপনাদি আরু কন্য়া
দানাদি করিব নে লাগে।
ষষ্ঠ অধ্যায়।
উপনয়ণত ব্ৰহ্মচৰ্য্যৰ নিয়ম।
ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ পিন্ধা কাপোৰ শনৰ আরু উত্তৰী কৃষ্ণ সাৰৰ ছালৰ , ক্ষত্ৰিয়ৰ কাপোৰ ক্ষৗম বস্ত্ৰ (পাটর কাপোৰ। আরু র র মৃগৰ ছালৰ উত্তৰী আরু বৈশ্য় ব্ৰহ্মচাৰীৰ মেষৰ লোমেৰে সজা কাপোৰ আরু উত্তরী ছাগলীৰ ছালৰ। ব্ৰাহ্মণৰ মেখলা নিম্নোয়ত শূন্য, মৃদুস্পৰ্শ (কোমল) তিনি ডালি মুঞ্জা তৃণেৰে সাজিব লাগে, ক্ষত্ৰিয়ৰ মুৰ্ব্বাময়ী ধনুকৰ ছিলাৰ নিচিনা হব লাগে। যদি মুঞ্জাদি পোৱা না যায়, তেন্তে উলুবনৰখাৰাই যথাক্ৰমে ব্ৰাহ্মণাদি তিনো বৰ্ণৰ মেখলা প্ৰস্তুত কৰা উচিত বি তিনিটি মেৰ দি মেখলা পিন্ধিব লাগে তাক কুলাচাৰ গোত্ৰ প্ৰবথ অনুসাৰে এক তিনি নাইবা পাঁচটি গাঠিরে বান্ধিব লাগে।