পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ওজা : ভিনদেউ অহা পৰহি নেতা খাবা যোৱাৰ কথা কৈ পঠিয়াইছে। মাৱে অলপ সোনকাৰে যোৱাৰ কথা কৈছে। ডাইনাপালী ঃ হয় দিয়া। নিয়মৰ কথা আছে যেতিয়া যাব লাগিব দিয়া। তুমি আজি থাকিবা। ওজা : নাই নোৱাৰিম৷ গৰু কেইটা আছে নহয়। কেতিয়াবা পিছত আহিলে থাকিম দিয়ক। ডাইনাপালী : অ খুৰা ঘৰত আছে? ওজা : কুনি অঃ, মানিক দুখু এ পুৱাই পুৱাই আহিলি দুখনি বহ। ডাইনাপালী : ম‍ই নবহু খুৰা। কথা এটা কৰা আহিলু। ওজা : কি কথাৱে? ডাইনাপালী ঃ আজি শহুৰথেৰ নেতা কাব মাতিছে। আপুনি মোৰ লগত যাবা লাইগবো। ওজা : ম‍ই হেই বেয়া দেখি। তই তোৰ লগৰ সখী বন্ধু নিব লাগে। ডাইনাপালী ঃ নেনাও। আপুনি যাবা লাইগো ওজা : ম‍ই নাযাও যা। ডাইনাপালী : আপুনি নাযে যদি ময়ো নাযাওঁ। ওজা : প্ৰথম প্ৰথম বৰ বৈয়া কথা হব। ডাইনাপালী ঃ যি হৱে তাকে হব। আপনি নেগলি মই নাযাওঁ। ওজা

বৰ মুস্কিলত ফেললিএ। যা অগত্যা নেৰা যদি যাম যা অলোনি।

হাহিৰ টোপোলা- ৯০