পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : যেতিয়া ল’ৰাটো জন্মিল তেতিয়াওঁ কৃষ্ণই যি কৰে ভালে কৰে। ওজা

এতিয়া ল’ৰাটো মৰিল এতিয়াওঁ কয় কৃষ্ণই যি কৰে

ভালে কৰে। ডাইনাপালীঃ অসহ্য। মন্ত্ৰীক বধ কৰিবৰ মন যায়। কিন্তু মন্ত্ৰীজন প্ৰজাবৎসল। এনেদৰে নহয় ইয়াক অৰণ্যলৈ নি বধ কৰিব লাগিব। ওজা

মন্ত্ৰী মহাশয়, মোৰ মন বৰ বেয়া।

ডাইনাপালীঃ মহাৰাজ, এই অৱস্থাত এবাৰ আপুনি অৰণ্যৰ মাজৰ মনোমোহা দৃশ্যৰাজি উপভোগ কৰিব । ওজা

মই আপোনাক তাকেই কব খুজিছোঁ। অহাকালি দুয়োজন

এই দৃশ্য উপভোগৰ বাবে অৰণ্যলৈ যাওঁ বলক। দুয়োজন অৰণ্যৰ মাজে মাজে আগবাঢ়ি গৈ আছে। এনে অৱস্থাত হঠাৎ ডাইনাপালী ঃ ওজা

মন্ত্ৰী মহাশয়, আঃ আঃ

ডাইনাপালীঃ মহাৰাজ কি হ’ল, ইচ ইচ ওজা

উজুটি খাই মোৰ আঙুলিটো চিঙি গ’ল মন্ত্ৰী। ডাইনাপালীঃ ওজা 8 কৃষ্ণই যি কৰে ভালে কৰে। এতিয়া কি কৰা যাওঁ। ইমান ওখ টিলাটোৰ পৰা নামি যোৱাও অসুবিধা হ’ল। মোৰ যি হয় হব। এই পাগলটোক টিলাৰ পৰা তললৈ পেলাই দিওঁ। কৃষ্ণই যি কৰে ভালে কৰক বুলি মন্ত্ৰীক তললৈ পেলাই দিলে। হাহিৰ টোপোলা- ৮৫