পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

নন্দ পুনৰ সন্যাসীৰ আশ্ৰমলৈ দৌৰি গ'ল আৰু সন্যাসীৰ

চৰণত ধৰি ডাইনাপালীঃ প্ৰভু মোক মানুহ হোৱাৰ আশীৰ্বাদ দিয়ক।

      • **** ***

কৃষ্ণই যি কৰে ভালে কৰে ডাইনাপালীঃ মহাৰাজ আপোনাক মই সদায় লক্ষ কৰিছোঁ আপুনি বৰ বিষন্ন মনে থাকে। মাজে মাজে মই আপোনাৰ চকুত চকু পানীও ওজা ঃ মন্ত্ৰী মহাশয়, আপুনি ঠিকেই কৈছে। মোৰ জীৱন বৰ দুখৰ জীৱন। ডাইনাপালী ঃ কিয় তেনেকৈ কয় মহাৰাজ। আপুনি এখন দেশৰ বাগ্য বিধাতা। ওজা

আপুনি ঠিকেই কৈছে মন্ত্ৰী মহাশয়। মই এখন দেশৰ

ভাগ্য বিধাতা। কিন্তু মন্ত্ৰী মহাশয়, মোৰ ভবিষ্যত অন্ধকাৰ। তাৰ মানে মহাৰাজ। ডাইনাপালীঃ ওজা

হয় মন্ত্ৰী, মোৰ কোনো ল'ৰা-ছোৱালী নাই। ডাইনাপালী : কৃষ্ণই যি কৰে ভালেই কৰে। ওজা

মন্ত্ৰী কি কয়। মোৰ ল'ৰা ছোৱালী নাই বাবে মন্ত্ৰী ভাল পাইছে। ডাইনাপালী : কিছুদিন পিছৰ কথা। সিদিনা ৰজাই হাঁহি মুখেৰে ৰাজসভাত প্ৰৱেশ কৰিলে। হাহিৰ টোপোলা- ৮৩