পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

বাচা তই মানুহ হ।

ডাইনাপালী : প্ৰভু আপনাৰ এই দোষতু কেইতেৰপে হ’ল। চিকিৎসা কৈৰচিনা কিবা? ওজা কি দোষ কি চিকিৎসা? ডাইনাপালী : আপনাৰ চকুৰ দোষ হবাৰ কিমানদিন হ’ল? ওজা : মোৰ চকুৰ দোষ৷ মোৰ চকুৰ দোষ হোৱাৰ কি প্ৰমাণ পালা। ডাইনাপালী : লাজ কৈৰবা নালগে গুৰুদেৱ। মানুহোৰ গাতে বেমাৰ হৱে। ওজা ঃ বাচা। ডাইনাপালী : মই কলিয়ে গম পাইছো গুৰুদেৱ। আপনি সেই যে মোক আশীৰ্বাদ দিছি মই তেইতে জাইনচু আপনি চকুইদি দেখা নাপৈ। ওজা ঃ কি মই চকুই দি দেখা নাপাওঁ। ডাইনাপালীঃ লাজ কৈৰবা নালগে গুৰুদেৱ। দেখা নাপৈ কাৰণে আজিয়ো আশীৰ্বাদ দিছি বাচা তই মানুহ হ। মইতো জন্মৰ পৰাই মানুহ৷ মোক আপুনি দেখা নাপেহে আৰু মানুহ হবা কৈছি। ওজা 8 মোৰ ভুলহৈছে বাছা। তুমি মানুহেই। মইয়ে তোমাক আৰু মানুহ হবলৈ আশীৰ্বাদ দিছোঁ। ডাইনাপালী : ইয়া আপনাৰ ভুলটু শুদ্ধ হ’ল গুৰুদেৱ। ওজা

বাৰু বাছা আজি তুমি মোক এটা কাম কৰি দিয়া। তুমি

এই নদীৰ পাৰে পাৰে কিছু দূৰ যোৱাৰ পিছত হাহিৰ টোপোলা- ৮০