পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সভাপতিৰ হাহাকাৰ লাগিল।
ডাইনাপালী : মাল্য প্ৰদান কৰোতে গলত আলে দে বাহ ডালৰ কাৰণে
সভাপতি গাৰাত সুমবাও নৰে। দাইৰবাও নৰে।
ওজা : শেষত সভাপতিক বগৰাই ধৰি
ডাইনাপালী : ধেকুৰা বাহিনী নাৰী ভুড়ি বাহিৰ কৰি দিলে। পঠাৰ
বুদ্ধিত সমবায় খেতি গোটেইখিনি পাঠাৰ দখল হ'ল।

 ***  ***  ***

আহামমক

ওজা : ভালে ভালে লৰাটোৰ বিয়াখন হৈ গ'ল। বৰ সুন্দৰ
ছোৱালী।
ডাইনাপালী : ভলা কমাৰেৰ গাওঁৰ ছোৱালী কামে বনে ৰন্ধা বঢ়া
সকলোতে পাৰ্গত।
ওজা : এনেদৰে দিনবোৰ গৈ আছে। বোৱাৰী তিনিমাহৰ
অন্তঃসত্তা।
ডাইনাপালী : শাহুৱেৰ নাই, শহুৰেকৰ মনত বৰ আনন্দ। নহবৰ ঘৰত
নাতি হব।
ওজা : এদিন হঠাত খবৰ এটা চাৰিওফালে বিয়পি গ'ল। কমাৰ
বুঢ়া মৰিল।
ডাইনাপালী : পিছ দিনা ৰাতি পোহৰ নহওতে বৈৰাক নদীক পানী
আইনবা গেল।
হাহিৰ টোপোল- ৭২