ঐ পাগাল মই তোৰ প্ৰশ্ন একো বুজি পোৱা নাই। হিঃ হিঃ হিঃ মোক কইনা দি হিঃ হিঃ হিঃ ডাইনাপালী ঃ ওজা : কথাটোৰ অৰ্থ মই একো বুজি পোৱা নাই। হেৰ পাগাল তই আগতে অৰ্থটো বুজাই দে। ডাইনাপালী : ওজা
আগতে কইনা দি। মই বিয়া কৰাম। মই বিয়া কৰাম। বাৰু মই সমাজৰ আগত কথা দিলোঁ। মই তোৰ হাততে কন্যা সম্প্ৰদান কৰিম। এতিয়া প্ৰশ্নটোৰ উত্তৰ বুজাই ক। ডাইনাপালী : ৰাজা মোৰ আখান শিয়েনী আছিল আৰু এক দাল লৰু আছিল৷ ওজা :শিয়েনী মানে? ডাইনাপালী : কানী কাথা৷ মই আহি আছু বু বু বু ওড়া
কি হ'ল? ডাইনাপালী : মোৰ হাগা লাগিল। শিয়েনী খান ৰাষ্টাৰ কাষত থৈ মই জঙ্ঘলৰ কাষত হাইগবা গেলু৷ এটা শিয়াল আহি মোৰ শিয়েনীখান তানি নিলাক। ওজা
- তই শিয়ালতু খেদিব নোৱাৰিলি?
ডাইনাপালীঃ হাতত থকা লৰুডাল শিয়ালাৰা গালৈ মই মাৰি দিলু, লৰুদাল কবাত হেৰাল। লৰু গেল বাটে। এইকথা ৰজাক সুধিছো খাতে নে নেখাতে। ওজা
- খাতিব
ডাইনাপালী : যদি খাতে ১ ৰ লগত ওজা ঃ তাৰ নে? হাহিৰ টোপোলা- ৫৮