পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিৰী ব্ৰহ্মা ওজা

স্বামী ব্ৰহ্মা, স্বামী বিষ্ণু, স্বামী মহেশ্বৰ

চৰাচৰ জগতৰ স্বামী হে ঈশ্বৰ। ডাইনাপালী : হবা পাৰে দে। ওজা

কি হবা পাৰে দে, মই কিবা এটা কৈছো? তোমাৰ দেখো মুখৰ মাতেই নাই। নাজানা কথা কি মাতিম। ডাইনাপালীঃ ওজা

কি নাজানা কথা হা। এই কথাটো তুমি শুনা নাই। শুনা নাই। ডাইনাপালীঃ ওজা

পঢ়াও নাই। ডাইনাপালীঃ নাই। তুমি যে কথাবিলাক কিছুমান কোৱা। ক’ত যে পোৱা এনেকুৱা কথাবিলাক। ওজা 8 হেৰা এই বিলাক শাস্ত্ৰৰ কথা। ডাইনাপালী : ক’ব নোৱাৰো কোন শাস্ত্ৰত পোৱা। এইবিলাক পুৰানৰ কথা৷ ওজা : ডাইনাপালীঃ মই সেই কাৰণে পোৱা নাই। ওজা

তাৰমানে তুমি পুৰান নপঢ়া। মই পুৰান নপঢ়ো। ডাইনাপালী ঃ ওজা

তেনেহলে কি পঢ়া? ডাইনাপালীঃ নতুন। ৰজাৰ ধাপতি ি ওজা

বাৰু ধৰি ললো তুমি নতুন পঢ়া, তাত এই কথাষাৰ

নাই নেকি? হাহিৰ টোপোলা-