এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
। ওজা : এইফালি লিখি গৈ আছে। | ডাইনাপালী ঃ বা ইমান ডাঙৰ ভেকুলী ফেপ্লাংকে বৈঠন্ত ভেলা। আৰু গৈয়ে আছে। ওজা
ডাইনাপালীঃ সেইটো দেখোন শিয়াল, ছাগলী কেইটা দেখি কেনেকৈ চাইছে। ভাবাক ভুবুক কৰি চাই। ওজা
- এই ফাকিও লিখি ললে। তিনিফাকি মন্ত্ৰ হ’ল-
খাচাৰ খুচুৰ খান্দন্ত গাতা ফেপ্লাংকে বৈঠন্ত ভেলা ভাবাক ভুবুক কৰি চাই ডাইনাপালীঃ বাপপাৰে হাগুৰা চুৰ বা কহয় যায় ওজা বামুন ডাইনাপালীঃ ঐ বাপা হাগুৰা চুৰ দেখো এ। ক’ৰ পৰা আহিলি। ওজা
বাৰ বছৰৰ মুৰত জেলৰ পৰা আহিলো। যা বাপা ঘৰক যা। ডাইনাপালী : ওজা : ব্ৰাহ্মণে চুৰক বিদায় দি ৰজাৰ ঘৰ পালে। মহাৰাজৰ জয় হওক। ডাইনাপালী : ওজ : ডাইনাপালীঃ ওজা
কৰ পৰা আহিছে আপুনি? ইমান পলম। মহাৰাজ কৰ্ম আছিল, কৰ্ম শেষ কৰি আহিছো। মোক এটা আশীৰ্বাদ দি তাত দক্ষিণা লওক। সকলো ব্ৰাহ্মণে আপোনাক আশীৰ্বাদ দিছে, কিবা আপোনাৰ মনত আছেনে?
- নাই ইমান কামৰ মজত৷
ডাইনাপালীঃ ওজা হাহিৰ টোপোলা- ৩৫