পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ দেতু হৈ পাচে নদীত পানী খাবা ধৰাতে গামোচাখান পৰি ভাহি গেল। ওজা : বাৰু ৰজাই কি গালি পাৰিলে। ইয়ো এক সিও এক। ডাইনাপালী : ওজা

কালি আপুনি ৰজা ঘৰক আৰু যাব লাগিব। আৰ মৈল্লিও নাযাও। ডাইনাপালী : ওজা

যাব লাগিব। শুনক এই শিলটো আপুনি লৈ যাওক। এই শিলটো ৰজাক দি আপুনি কব কালি আপোনাৰ দক্ষিণা পাই আমাৰ ব্ৰাহ্মণী বৰ সন্তুষ্ট হৈ আপোনালৈ এই শিলটো উপহাৰ দিছে। ডাইনাপালীঃ ইবাৰ দক্ষিণা হাতত নেদে গলত দিব, ৰজাৰ দেশত শিল নাই।

আপুনি একো নেজানে, মোৰ ওচৰলৈ আহক মই আপোনাক মনে মনে বুজাই কম। বা বামুনী তোৰ ইমান বুদ্ধি। ডাইনাপালী : ওজা

শিলটো কাপোৰত টোপোলা বান্ধি ব্ৰাহ্মণ পুনৰ ৰজাৰ

ঘৰলৈ গ'ল। ডাইনাপালীঃ মহাৰাজৰ জয় হওক। ওজা

আপুনিতো কালিও আহিছিল। ডাইনাপালীঃ হয় মহাৰাজ, কালি আপোনাৰ দক্ষিণা পাই আমাৰ বামনেনী এটু উপহাৰ দিছি। ওজা

এইটো দেখো এটা শিল৷ মোৰ ইয়াত শিল নাই।

ডাইনাপালীঃ নহয় মহাৰাজ, এটু বিশেষ গুণ বিশিষ্ট শিল। হাহিৰ টোপোলা- ১৮