পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা : ডাইনাপালী : দৈ-গাখীৰ, ফুইটা গাখীৰ কল, ঘিউ, মৌ, চেনি, মিঠে দি লেটো পেটো কৰি সানি দে, হল হল কৰি ঢালি দে শল শল কৰি যায় থাকক, ব্লেগ মাইল্লিও নাথামে। মই বুজা নাই, সোধো কিবা, তুমি উত্তৰ দিয়া কিবা। ৰবা নাজনও, কবাও নেদা। এই ঢিলা বস্তু ব্ৰাহ্মণে সদায় খায়, আজি তুমাৰ ঘৰত এক দোনা, মোৰ ঘৰত এক বাটি, কাবাৰ ঘৰত এক গিলাচ। এইটো তাহাৰ সদায় চলিয়েই থাকে। তাহুন লেঙটি গটাকে নামৰি আমি মাৰিম। ওজা ভোগ খালে বাৰু সেই বুলি প্ৰেচাব কৰাৰ সময়ত লেঙটিত ধৰিবনা। ডাইনাপালী : লাগিব দা কাৰণ প্ৰেচাব কৰোতে পাচৰ দৰ্জাখানো খলা যাব পাৰে, সেইকাৰণে লেঙটিত টানি ধৰি থাকে৷ ওজা

কাৰণ সেইটো নহয়, শাস্ত্ৰত কৈছে অমুক্ত পুস্ত্ৰবস্ত্ৰেন,

মুত্ৰ সৌচ কৰন্তি দ্বিজ, দক্ষিণে পিবন্তী দেৱতাস্বগে, বামে পিতৃ পিতামহ। ডাইনপালী : বুজি পালো দে। ওজা

কি বুজিলা আচলতে লেঙটিটো খুলিব লাগে, নহলে কানি কাপোৰে লেটো পেটো হ’ব। ডাইনাপালী : ওজা ঃ নহয়, নাপাই, লেঙটিৰ সোফালেদি প্ৰেচাব কৰিলে দেৱতাৰ মুখত পৰে। বাওফালেৰে প্ৰেচাব কৰিলে পিতৃ পিতামহৰ মুখত পৰে৷ ডাইনাপালী : তে খুইলবা এৰি এনাই দুখুন খামচা মাৰি ধৰি থাকে হাহিৰ টোপোলা - ১২