পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা ডাইনাপালী : ওজা আইভা না?

য আহিম য। পিছে এটা কথা বুঢ়ী বোলে তোমাক বেয়া পাই মৰিব কৈছে হা? হলিও মই তাইক পাহৰিবা নৰু। মই কেইতাবাই নদীত জাপ দিলু হৈ। বুঢ়িক লেগি মনত পৰি জাপ দিবা পাৰা নাই। 8 য নালাগে যোৱা মৰিব। বুঢ়ীৰ লগত আলোচনা কৰি আহা৷ বৰ এটা হে দিম। কালি আইভা তে য আহিম য। ডাইনাপালী: ওজা ডাইনাপালী : ওজা ওজা

বুঢ়ী ও বুঢ়ি এটা ভাল খবৰ

মাননাই মাৰা মৰণ নহ মৈৰবা গেচলি দুখুন তোক যমে

দেখা নাপাই ৷ মোক লাৰি চাৰি খাবা আইছা। ঐ বুঢ়ী ৰ চোন মোৰ কথা শুন। মই নদীত মৰিবা খুজাতে ভগবানগহয় মোক মৰিবা হাক দিলাক। এটা বুলে বৰ দেই।

বৰটু ললি নেকি?

2 ডাইনাপালীঃ ওজা ডাইনাপালীঃ তোক নুশুধাকে মই বৰ টু ল নাই। বুঢ়া তই ইমান ভাল। ওজা

ডাইনাপালী ঃ ঐ বুঢ়ী, তোৰ এটা চলিক লাগি বৰ হাউছ। এটা আপাৰ কথা কও দে।

খুৱাবি কি? তাতকে এটা কাম কৰ। আমাক বেলেগ হাহিৰ টোপোলা- ১২০