পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকো নহকা ওজা : ডাইনাপালী কি ভাবি আছহা। ডাইনাপালী : ভাবিছো ভগবান কেনে নিষ্ঠুৰ। ওজা : ডাইনাপালীঃ ওজা ডাইনাপালীঃ ওজা ডাইনাপালীঃ মানুহজনৰ মাটি বাড়ী নাই, খাবাৰ ভাত নাই। বেটা পুত্ৰ নাই, চকুৰে নেদেখে কাণেৰে নুশুনে। নাইনা নাই আকৌ না। পিচত কি হ’ল?

ওজা

ডাইনাপালী : ওজা ডাইনাপালীঃ ওজা ঃ ডাইনাপালী : ওজা ডাইনাপালীঃ

কিয় ভগবানক নিষ্ঠুৰ বুলি কৈছা? আকৌ নহকাৰ কথাটোৱে চোৱাচোন কোন আকৌ নহকা। নলবাৰীৰ হা

কি হ’ল তেওঁৰ ৷ বৰ দুখৰ কথা দে শুনা। ঐ বঢ়া আজি নুঠা নেকি? ঐ বুৰী বৰষুণ এৰিছে নে? ভালকে এৰা নাই। তে ইথান নুঠু দে, তোৰ কাঠাখানো মোক জাপি দি। যদি নুঠা ভিক্ষা কৰিব নাজা নেকি? চকুই দি দেখা নাপা মানুহ কবাত পৰি মৰিম৷ আজি নাযাও দে। ওজা তে আজি খাম কি? ডাইনাপালীঃ আজি লঘোনে থাকিম দে। হাহিৰ টোপোলা- ১১৮