পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
যা আন ফৰিংএ আন ধৰাটু মৰক যা।

হে আই সন্তুষ্ট হৈছাই যেতিয়া মোক নো আৰু কিয় কষ্ট দিয়া, কৈঠাতুইলাত নিজে ধৰি খাই নাজা কিয় । ওজা ডাইনাপালীঃ ডাইনাপালী : ওজা

ডাইনাপালীাঃ ওজা

ডাইনাপালী :

      • *** ***

ওজা ডাইনাপালী : হৰিমল বৈস্তব আই হাত অহাকালি মহাভাৰত বৰ দুখৰ আধ্যা পৰিব। কেনাইনু বৈস্তব। কালি অভিমান্য বধ। সপ্তৰথী কালি অভিমান্যক বেহুৰ ভিতৰথ বধ কৰিব। বৰ দুখৰ কথা বৈষ্টব। আই হাত কালি অলপ পর্বতু দিঘল সময় অলপ বেছি যাব। সেইকাৰণে যুনি যিপাৰে চেনী চাহপাত গাখীৰ অলপ আইনব।

হব দক্ । যি পাৰু আনিম দক।

ও আই হাত আই চি না, বহক সকলে বহক। আৰম্ভ কৰু দক। কান্দে বীৰ অভিমন্যু বেহুৰ ভিতৰে সপ্তৰথী বেৰি মাৰে অন্যায় সমৰে। কৈত ৰৈলা জেষ্ঠ্য পিতা বীৰ বৃকোদৰ অন্যায় সমৰে অভি যাও যমঘৰ। হাহিৰ টোপোলা- ১১৫