পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ওজা 8 ক মানে কৃষ্ণ ৰ মানে ৰাম ৰূপে অৱতাৰ দশৰ্থৰ ঘৰে। তিনিটা দেৱতাক লগ লগাই মোৰ পিতাই ভকৰ ভকৰ কৰে। ধন্য কালীদাস ধন্য তোমাৰ পিতা। চইতান বুঢ়ী ডাইনাপালীঃ হে আই ভগৱতী ঘৰমধ্যে মোৰ এটা চলি। চলিতুৰ ডাইনাপালী :

      • *** ***

ওজা

ডাইনাপালী : 8 ডাইনাপালী : আই ভগৱতী তোক সেৱাহে। ওজা

কি এ বুৰি তোৰ চলি দুখু ডেকা হ’ল। মোক পূজা বেমাৰ ভাল কৰি দি আই তোক এক হাল মুইহ দি মই পূজা কৰিম। যা তোৰ চলি ভাল হ’ব। নেদা। হে আই যোগাৰ কৰিব পাৰা নাই আই। মুইহৰ বহুত দাম, তোক এক হাল পাঠা দিম যা। ওজা

যা হব যা। সোনকালে পাঠা হাল দি পূজা কৰিবিি

ডাইনাপালীঃ হব দে আই, মই যোগাৰ কৰু। কিয়ে বুৰি পঠা দিম বুলি দুখু দুই বছৰ গেল। পাৰা নাইয়ে আই, ভাত নিমলা দিন। হে আই পাঠাৰ হাহিৰ টোপোলা- ১১৩