পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা 8 মোৰ ভয় লাগিছে বোপা। ডাইনাপালীঃ একো ভয় নাই। তুমি ৰাতিপুৱা গা পা ধুই মন্দিৰত সোমাবা আৰু ভগৱান ভগৱানকৈ থাকিবা। ৰজাই মাতিলেও তুমি নেমাতিবা, বাকীখিনি মই কৰিম।

ভগৱান ভগৱান কওঁতে কওঁতে বেলি ন মান বাজিল।

কালিদাসৰ পিতাকৰ ভোক লাগিছে। তাৰ ফলত…….

ভগৱানৰ গটো গল ভোকৰ কটো লগ হৈ ভকৱান

ভকৱান কৈ আছে। ডাইনাপালী: উপাই নাই ৰজা আহিব, ভোকক ৰব কব লাগিব । ভোক ৰ, ভোক ৰ 8 ওজা : ৰজা আহিছে। ডাইনাপালী : ওজা ওজা ডাইনাপালী: ওজা ভকৰ ভকৰ ভকৰ।

কালিদাস তুমিটো কৈছিলা তোমাৰ পিতা তোমাতকৈ

দহ গুণ ডাঙৰ পণ্ডিত। হয় মহাৰাজ৷ ডাইনাপালীঃ ওজা 8 তেনেহলে তোমাৰ পিতাই মন্দিৰত সোমাই কি ভকৰ ভকৰ কৰি আছে। ডাইনাপালী : মহাৰাজ চাওক পিতাই তিনিটা দেৱতাক একেলগে পূজা কৰি আছে।

তিনিটা দেৱতা।

ওজা ডাইনাপালীঃ হ মহাৰাজ। ভ মানে ভগৱান হাহিৰ টোপোলা- ১১২ 1 0