পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা : আমাৰ মুগা হাইলাতু। ডাইনাপালী : সেতুৱে মেলকি গৰু। যেনেকে এটা ডাঙৰ মানুহে এখন সমাজ চলৈ ৷ আমাৰ মুগা হাইলাই গৰুৰ পালতু চলাই। মুগা যহয় যায় বাকী গৰুও সহয় যায়।

তই থিকে কৈছা দে মাই, মই হে বুজি পনাই। ৰহচুন

ই পাগল যদি নহয় চিৰকান্তথেৰ ৰাস্তাৰ কাষৰ ধান ডবলা দেখা পাই মোক সুধে আতা ধান দবলা কাৰে। তই কিবা কলি না? ডাইনাপালী : ওজা

কলু চিৰকান্তৰ ধান। সি কৱে খাইচিনা খাব। ধান নাকাতাতে খাবা পাৰে? ওজা ডাইনাপালীঃ নহয় পিতে চলিতুই বৰ জ্ঞানৰ কথা সুধিছে।

তইয়ো পাগলা হলি নে কিএ? ধান নাকাতাকে খাবা পাৰে? ডাইনাপালী : পাৰে। তাৰ মানে চলিতুই সুধিছে গৃহস্থে ধান দবলা কাবাক দেইখে, ধান কাইটলি দিম বুলি ধৰাক লাগি ধান আনি খাইছি নেকি, না ধান কাতাৰ পিছত নিজে খাব ৷ ওজা

এ, এহ মাই কথাটু মই দক লাগি ভাবিয়ে চনাই এ, হৈ

দে চলিটু বৰ জনা চলি দে। দে, মই চলিতুক চাহ তাহ দেউদে, তই কথা বাৰ্ত্তা পাত। বাপা তই কোৰে, কোক যাবা আইছা। মই বিয়া কৰাবা এটা তিৰি বিচাৰি ফুৰিছো। মই ৰজাৰ ডাইনাপালীঃ ওজা

ডাইনাপালী : হাহিৰ টোপোলা- ১০৪