পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰ পিছত হে খাব। আতাএ আজি ৰাতিটো তোৰ ঘৰতে মই থাকিম দে।

তই ইয়াতে বহ, গৰু কেইটা বান্ধি আহো। অ' আই

এটা চলি আহিছে তাক ভৰি ধুব পানী দে, মই আহো। হবদে পিতে। ভৰি ধুৱা পানী দিলি কাৰ চলি এ পিতে। কবই নৰো ৰহ পাগলে নে চাগলে মই গৰু লৈ আহি থাকোতে মোৰ লগ লাগিল, কথাও নাই বতৰাও নাই সি মোক সোধে হে আতা এই গৰুৰ পালটু কাৰ৷ তই কি কলি? ডাইনাপালীঃ ওজা ডাইনাপালীঃ ওজা

ডাইনাপালী : ওজা ডাইনাপালী: ওজা ঃ মই কলো মোৰ। সি আৰু সুধিলাক আতা তোৰ গৰু পালৰ মেলকী গৰু কোনটু। তই উত্তৰ দিলি না। গৰুৰো কবাত মেলেকি গৰু থাকেনা? পিতে এ চলি বৰ জ্ঞানী হান পাউদে। ইমান জানা চলি তইয়ে তাৰ কথাৰ উত্তৰ দিবা পাৰা নাই। ওজা

কি উত্তৰ দিবিএ পাগালৰ কথাত ৷

ডাইনাপালীঃ নহয় পিতে তই ভুল ভাইবচা, চলি পাগলা নহয়, বৰ জানা চলি। মেলকি গৰু যি কৈছি সি ঠিকেই কৈছি। বাৰু পিতে তই কৌ আমাৰ গৰু মাখাৰ আগত কোনটো গৰু যায়। হাহিৰ টোপোলা- ১০৩ ডাইনাপালী : ওজা

ডাইনাপালী :