পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিয়া নহ'ব। তাৰ ফলত কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ সবংশে ধ্বংস হ’ল। যি সময়ত এই বাক্য দুর্যোধনে প্ৰকাশ কৰিছিল। সেই সময়ত দুৰ্যোধনে মুৰ্খৰ পৰিচয় দিছিল৷ মহা মুৰ্খ শালবৎ ৰাজন৷ যি পক্ষীৰ বিষ্ঠা খাই দুৰাৰোগ্য গলিত কণ্ঠ বেমাৰ ভাল হৈছিল। সেই পক্ষীক .... হত্যা কৰি তাৰ মাংস খাব বিচৰাতো কেনেধৰণৰ কথা৷

তাৰ উপৰি পক্ষীৰ বিষ্ঠাত যি ৰোগ নিৰাময় গুণ আছে

ডাইনাপালী : ওজা : ডাইনাপালী : ওজা : ডাইনাপালী : ওজা মাংসত সেই গুণ নাই। ডাইনাপালীঃ গতিকে ৰজাই এইয়া মহাভুল কৰিবলৈ ওলাইছিল। সেইবাবে কোৱা হৈছে ৰজা হৈয়ো শাল্বৎ মহামুখ।

      • *** ****

মেলেকী গৰু ডাইনাপালীঃ ঐ আতা, এই গৰু পালটো কাৰ৷ ওজা

এই গৰু পালটো মোৰ নিজৰ গৰু। ডাইনাপালী : বাৰু আতা। তোৰ গৰুৰ পালটোৰ মেলকি গৰু কোনটো? ই পাগল নে কি? ওজা

ডাইনাপালী : ওজা এই ধান দোবলা কাৰ খাইছি না খাব? কি কথা কৈছা ধান পকাই নাই। ধান পকিব, কাটিব হাহিৰ টোপোলা- ১০২